মহাৰাষ্ট্ৰৰ পুনেৰ উবালে নগৰৰ ৱাঘোলীত ভয়ংকৰ অগ্নিকাণ্ড

নেচনেল ডেস্ক:

হাৰাষ্ট্ৰৰ পুনেৰ উবালে নগৰৰ ৱাঘোলীত ভয়ংকৰ অগ্নিকাণ্ড। এটা মণ্ডপ ডেকোৰেটৰৰ গুদামত হঠাতে সংঘটিত হয় বিধ্বংসী অগ্নিকাণ্ড। অগ্নিকাণ্ডটোত থিতাতে নিহত হয় তিনিজনকৈ শ্ৰমিক ।জানিব পৰা মতে গুদামৰ ভিতৰত থকা চাৰিটা চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত সংঘটিত হয় অগ্নিকাণ্ডটো। ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিৰ্বাপন কৰাৰ লগতে তিনি শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰে।।

You might also like
Leave A Reply

Your email address will not be published.