Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
Browsing Category
Business
১৯ ছেপ্টেম্বৰত ৰাজ্যজুৰি ছবিগৃহ কৰ্মীৰ ধৰ্ণা
নতুন SOP অনুসৰি সকলো শিথিল কৰাৰ বিপৰীতে বৰ্তমানেও চৰকাৰে বন্ধ ৰাখিছে অসমৰ ছবিগৃহ সমূহ। ছবিগৃহ সমূহ বন্ধ হৈ থকাৰ প্ৰতিবাদত অহা ১৯!-->…
Read More...
Read More...
নিলামতো শীৰ্ষত লাভলীনাৰ গ্লোভচ!
খেলুৱৈৰ সামগ্ৰী নিলাম কৰি ১০ কোটি অৰ্জন চৰকাৰৰ। অলিম্পিক, পেৰালিম্পিক খেলুৱৈৰ সামগ্ৰী নিলাম কৰিছিল চৰকাৰে। খেলুৱৈসকলে প্ৰধানমন্ত্ৰী মোদীক!-->…
Read More...
Read More...
আজি ১৮ ছেপ্টেম্বৰ
➡️ ১৭০৯ চনৰ আজিৰ দিনটোতে ইংৰাজ ভাষাতত্ত্ববিদ, কবি, সমালোচক ছেমুৱেল জনছনৰ জন্ম হৈছিল ।
➡️ ২০০৭ চনৰ ১৮ ছেপ্টেম্বৰত মাৰুতি উদ্যোগ লিমিটেডৰ!-->!-->!-->…
Read More...
Read More...
আজি ১৭ ছেপ্টেম্বৰ
➡️ ১৮৭৬ চনৰ আজিৰ দিনটোতে প্ৰসিদ্ধ বাংলা ঔপন্যাসিক শৰৎ চন্দ্ৰ চট্টোপাধ্যায়ৰ জন্ম হৈছিল ।
➡️ ১৯১৫ চনৰ ১৭ ছেপ্টেম্বৰত ভাৰতীয় চিত্ৰশিল্পী!-->!-->!-->…
Read More...
Read More...
আজি ১৬ ছেপ্টেম্বৰ
➡️ ১৭৩৬ চনৰ আজিৰ দিনটোতে জাৰ্মান পদাৰ্থ-বিজ্ঞানী গেব্ৰিয়েল ডেনিয়েল ফাৰেনহাইটৰ মৃত্যু হৈছিল ।
➡️১৮২১ চনৰ ১৬ ছেপ্টেম্বৰত মেক্সিকোয়ে!-->!-->!-->…
Read More...
Read More...
আজি ১৫ ছেপ্টেম্বৰ
➡️ আজি অভিযন্তা দিৱস।
➡️ আজি সঞ্চায়িকা দিৱস।
➡️ ১৮৩০ চনৰ ১৫ ছেপ্টেম্বৰত আনুষ্ঠানিকভাৱে ৰে’ল যুগৰ আৰম্ভণিৰ কথা ঘোষণা কৰা হৈছিল ।!-->!-->!-->!-->!-->…
Read More...
Read More...
আজি ১৪ ছেপ্টেম্বৰ
➡️ আজি হিন্দী দিৱস।
➡️ ১৩১২ চনৰ আজিৰ দিনটোতে ইটালীৰ প্ৰসিদ্ধ কবি ডাণ্টেৰ ( সম্পূৰ্ণ নাম ডাণ্টে আলিঘিয়েৰি) মৃত্যু হৈছিল ।
➡️ ১৮৪৯ চনৰ ১৪!-->!-->!-->!-->!-->…
Read More...
Read More...
লকডাউনত পতিক চম্ভালিব নোৱাৰি কি কৰিলে পত্নীয়ে ?
লকডাউনত ঘৰৰ পৰা কাম কৰা স্বামীৰ কৰ্মকাণ্ডত অতিস্থ পত্নী। উপায়হীন হৈ পতিৰ কৰ্মস্থলীৰ মালিকলৈ লিখিলে চিঠি। স্বামীৰ কৰ্মকাণ্ডত অতিস্থ হৈ!-->…
Read More...
Read More...
আজি ১৩ ছেপ্টেম্বৰ
➡️ আজি সন্ত্ৰাসবাদ বিৰোধী দিৱস।
➡️ ১৯০৪ চনৰ আজিৰ দিনটোতে অসমৰ সমবায় সমিতি‘শ্বিলং সমবায় টাউন বেংক’ প্ৰতিষ্ঠা কৰা হৈছিল।
➡️ ১৯১৬ চনৰ ১৩!-->!-->!-->!-->!-->…
Read More...
Read More...
আজি ১২ ছেপ্টেম্বৰ
➡️ ১৩৯৮ চনৰ আজিৰ দিনটোতে তুৰ্কী অভিযানকাৰী টাইমুৰে ভাৰত আক্ৰমণ আৰু দিল্লী দখল কৰি সমগ্ৰ উত্তৰ ভাৰত লুন্ঠন কৰিছিল ।
➡️ ১৭৮৬ চনৰ ১২!-->!-->!-->…
Read More...
Read More...