Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
Browsing Category
Education
আজি ২৫ ছেপ্টেম্বৰ
➡️ ১৫২৪ চনৰ ২৫ ছেপ্টেম্বৰত পৰ্তুগালৰ ৰাজপ্ৰতিনিধি ৰূপে বিশিষ্ট নৌ অভিযাত্ৰী ভাস্কো ডা-গামাই তৃতীয় তথা অন্তিমবাৰৰ বাবে ভাৰতলৈ আগমন কৰিছিল।
!-->!-->!-->…
Read More...
Read More...
UPSCত উজলিল অসমৰ হাছানুজ্জামান
২০২০ বৰ্ষৰ UPSCৰ ফলাফল ঘোষণা।অসমৰ আহমেদ হাছানুজ্জামান চৌধুৰীৰ ২৮৩ নং ৰেংক লাভ।হাছানুজ্জামান হাইলাকান্দিৰ লখিলবন্দ নিৱাসী AEGCLৰ অৱসৰপ্ৰাপ্ত!-->…
Read More...
Read More...
ৰাজ্যিক কেবিনেটত আজিৰ সিদ্ধান্ত
আজিৰ কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত সমূহ -
▶️অসমৰ ৰাইজৰ বিদ্যুতৰ নাটনি আৰু কম ভল্টেজৰ সমস্যা সমাধানৰ বাবে অসম চৰকাৰে অতি সোনকালে ১৯৬টা!-->!-->!-->…
Read More...
Read More...
আজি ২৪ ছেপ্টেম্বৰ
➡️ ১৭২৬ চনৰ আজিৰ দিনটোতে কলকাতা, চেন্নাই আৰু মুম্বাইত পৌৰ নিগম তথা আদালত স্থাপনৰ বাবে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে অনুমতি লাভ কৰিছিল।
➡️ ১৮৯৫!-->!-->!-->…
Read More...
Read More...
‘মহা অৰণ্য’ৰ স্ৰষ্টাৰ অকাল বিয়োগত মৰ্মাহত ৰাজ্য
'মহা অৰণ্য' উপন্যাসৰ স্ৰষ্টা জনপ্ৰিয় ঔপন্যাসিক ডঃ অনুজ বৰুৱা আৰু নাই। বুধবাৰে নিশা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতালত ৫৭ বছৰ বয়সত!-->…
Read More...
Read More...
আজি ২৩ ছেপ্টেম্বৰ
➡️ বছৰটোৰ দিন-ৰাতি সমান হয় আজিৰ দিনটোতেই।
➡️ ১৮৩৯ চনৰ ২৩ ছেপ্টেম্বৰত অষ্ট্ৰিয়’ৰ মনোবিজ্ঞানী ছিগমণ্ড ফ্ৰয়ডৰ জন্ম হৈছিল ।
➡️ ফৰাচী!-->!-->!-->!-->!-->…
Read More...
Read More...
আজি ২২ ছেপ্টেম্বৰ
➡️ ১১২২ চনৰ ২২ ছেপ্টেম্বৰত জাৰ্মানীৰ ৱৰ্মছত হোৱা সন্ধিৰ পিছত গিৰ্জাৰ ক্ষমতাক লৈ পোপ আৰু সম্ৰাটৰ বিবাদৰ অন্ত হৈছিল ।
➡️ ১৫৩৯ চনৰ আজিৰ!-->!-->!-->…
Read More...
Read More...
আজি ২১ ছেপ্টেম্বৰ
➡️ ১৩২৭ চনৰ ২১ ছেপ্টেম্বৰত ইংলেণ্ডৰ ৰজা দ্বিতীয় এডৱাৰ্ডক বন্দী কৰি হত্যা কৰা হৈছিল। তৃতীয় এডৱাৰ্ড ইংলেণ্ডৰ নতুন ৰজা হৈছিল ।
➡️ ১৯৭০ চনৰ!-->!-->!-->…
Read More...
Read More...
আজি ২০ ছেপ্টেম্বৰ
➡️ ১৮৭৮ চনৰ আজিৰ দিনটোতে ভাৰতৰ উল্লেখযোগ্য সংবাদ-পত্ৰ ‘দা হিন্দু’ চেন্নাইৰ পৰা প্ৰথম প্ৰকাশ হৈছিল। প্ৰথম সংখ্যাৰ প্ৰচলন আছিল ৮০ কপি।
➡️!-->!-->!-->…
Read More...
Read More...
আজি ১৯ ছেপ্টেম্বৰ
➡️ ১৩৫৬ চনৰ আজিৰ দিনটোতে ইংলেণ্ডৰ ৰজা তৃতীয় এডৱাৰ্ডৰ পুত্ৰ ব্লেক পিন্সেছে ফ্ৰান্সৰ বিৰুদ্ধে জয়লাভ কৰিছিল । লগে লগে ফ্ৰান্সৰ ৰজা দ্বিতীয় জন!-->…
Read More...
Read More...