Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
Browsing Category
Health
অক্টোবৰ মাহত আজি গৰমৰ অভিলেখ!
অক্টোবৰ মাহতো গৰমে অভিলেখ ৰচিলে গুৱাহাটীত। আজিৰ দিনটোত গুৱাহাটীৰ সৰ্বোচ্চ তাপমান ৩৬.৯ ডিগ্ৰী চেলচিয়াচ। যি উষ্ণতা অক্টোবৰ মাহত বিগত ১০ বছৰৰ!-->…
Read More...
Read More...
শিৱসাগৰত সপ্তমীৰ নিশা কিহৰ গোন্ধ?
সপ্তমীৰ নিশা শিৱসাগৰত আতংকময় পৰিবেশ। অচিনাকি গোন্ধে ছানি ধৰে সমগ্ৰ অঞ্চল । মইদুল ইছলাম সেঁতুৰ কাষত ৰাসায়নিক পদাৰ্থৰ গোন্ধ পৰিলক্ষিত হয় ।!-->…
Read More...
Read More...
ক’ভিড আপডেট
নিউজ ডেস্ক-
ৰাজ্যত ০.৭৮ শতাংশলৈ কমিল পজিটিভিটিৰ হাৰ। এদিনত কৰ’নাত আক্ৰান্ত হৈছে ২২৬ জন। ২৪ ঘণ্টাত কৰ’নাত মৃত্যু ঘটিছে ৩ জনৰ। গুৱাহাটী!-->!-->!-->…
Read More...
Read More...
আজি ১৩ অক্টোবৰ
➡️ আজি দূৰ্গা পূজাৰ মহা অষ্টমী তিথি।
➡️ ১৯১১ চনৰ আজিৰ দিনটোতে ভাৰতীয় চলচ্চিত্ৰ তাৰকা অশোক কুমাৰৰ জন্ম হৈছিল ।
➡️ ১৯১১ চনৰ ১৩ অক্টোবৰত!-->!-->!-->!-->!-->…
Read More...
Read More...
শাৰদীয় বতৰত এটা সুখবৰ!
শাৰদীয় উৎসৱৰ বতৰত সুখবৰ! শিশু,কিশোৰ-কিশোৰীক ক'ভাক্সিন প্ৰতিষেধক প্ৰদানত অনুমোদন। ২ৰ পৰা ১৮ বছৰ বয়সৰ শিশু,কিশোৰ-কিশোৰীয়ে ল'ব পাৰিব দেশত!-->…
Read More...
Read More...
ক’ভিড আপডেট
নিউজ ডেস্ক-
ৰাজ্যত অব্যাহত আছে কোভিডৰ সংক্ৰমণ। বিগত ২৪ ঘন্টাত কোভিডত আক্ৰান্ত হৈছে ২৭০ গৰাকী লোক। আক্ৰান্তসকলৰ ভিতৰত সৰ্বাধিক ১০৪ গৰাকী!-->!-->!-->…
Read More...
Read More...
আজি ১২ অক্টোবৰ
➡️ আজি দূৰ্গা পূজাৰ সপ্তমী তিথি।
➡️ ১৯৫৭ চনৰ আজিৰ দিনটোতে ভাৰতৰ ৰাজহুৱা খণ্ডৰ শিল্পী প্ৰতিষ্ঠান ভিলাই ইস্পাট কাৰখানাত প্ৰথম ইস্পাট উৎপাদন!-->!-->!-->…
Read More...
Read More...
ক’ভিড আপডেট
নিউজ ডেস্ক-
ৰাজ্যত অব্যাহত আছে ক'ভিডৰ সংক্ৰমণ। বিগত ২৪ ঘন্টাত ক'ভিডত আক্ৰান্ত হৈছে ১৬০ গৰাকী লোক। আক্ৰান্তসকলৰ ভিতৰত সৰ্বাধিক ৬০ গৰাকী!-->!-->!-->…
Read More...
Read More...
আজি ১১ অক্টোবৰ
➡️ আজি দূৰ্গা পূজাৰ ষষ্ঠী তিথি ।
➡️ ১৭৩৭ চনৰ আজিৰ দিনটোতে কলকাতাত প্ৰবল ভূমিকম্পৰ ফলত প্ৰায় তিনি লাখ লোকৰ মৃত্যু হৈছিল।
➡️ ১৮৮৯ চনৰ ১১!-->!-->!-->!-->!-->…
Read More...
Read More...
অৱশেষত গ্ৰেপ্তাৰ ডাঃ নৱনীল বৰুৱাক
শেষ ৰক্ষা ন'হল ডাঃ নৱনীল বৰুৱাৰ।উদণ্ড মডেল ৰাজকণ্যা বৰুৱাক ৰক্ষণাবেক্ষণ দিয়াৰ অপৰাধত অৱশেষত গ্ৰেপ্তাৰ হ'ল GNRCৰ জ্যেষ্ঠ চিকিৎসক জন।তিনি!-->…
Read More...
Read More...