Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
Browsing Category
News
ক’ভিড আপডেট
নিউজ ডেস্ক-
ৰাজ্যত ০.৬৫ শতাংশলৈ কমিল পজিটিভিটিৰ হাৰ। এদিনত কৰ’নাত আক্ৰান্ত হৈছে ৪২৭ জন। ২৪ ঘণ্টাত কৰ’নাত মৃত্যু ঘটিছে ৪ জনৰ। গুৱাহাটী!-->!-->!-->…
Read More...
Read More...
আজি ৯ ছেপ্টেম্বৰ
➡️ ১৮৫০ চনৰ আজিৰ দিনটোতে আধুনিক হিন্দী সাহিত্যৰ জনক ৰূপে অভিহিত ভৰতেন্দু হৰিশ্চন্দ্ৰৰ জন্ম হৈছিল ।
➡️ ১৯২৩ চনৰ ৯ ছেপ্টেম্বৰত অসমত!-->!-->!-->…
Read More...
Read More...
কাইলৈ মাজুলীত আছুৰ ক’লা দিৱস
হৃদয়বিদাৰক মাজুলী-যোৰহাট সংযোগী ফেৰী দুৰ্ঘটনাত দুখ প্ৰকাশ কৰিছে সদৌ মাজুলী জিলা ছাত্ৰ সন্থাই৷ জিলা ছাত্ৰ সন্থাৰ সভাপতি অজিত হাজৰিকা আৰু!-->…
Read More...
Read More...
মাজুলীৰ ফেৰী দুৰ্ঘটনাত কৰুণ মৃত্যু যুৱতী প্ৰবক্তাৰ
মাজুলীত ভয়ংকৰ ফেৰী দুৰ্ঘটনাত কৰুণ মৃত্যু যুৱতী প্ৰবক্তা।সংকটজনক অৱস্থাত পানীৰ পৰা উদ্ধাৰৰ পাছত যোৰহাট চিকিৎসা মহাবিদ্যালয়ত মৃত্যু হোৱা!-->…
Read More...
Read More...
কেনেকৈ সংঘটিত হ’ল মাজুলীৰ ভয়ংকৰ ফেৰী দুৰ্ঘটনা?
আজি বিয়লি নিমাতীৰ পৰা মাজুলীৰ কমলাবাৰী ঘাট অভিমূখী দুখন ফেৰীৰ মাজত সংঘটিত আকস্মিক দুৰ্ঘটনাটোৱে এতিয়া সমগ্র ৰাজ্যতে শোকৰ ছাঁ পেলাইছে।!-->…
Read More...
Read More...
মাজুলীত ভয়ংকৰ নাও দুৰ্ঘটনা
????মাজুলীত ভয়ংকৰ নাও দুৰ্ঘটনা
????নিমাতীৰ পৰা কমলাবাৰী অভিমুখি যাত্ৰীবাহী নাও দুৰ্ঘটনাগ্ৰস্ত
????ভৰা লুইতৰ বুকুত টিপকাই নামৰ জাহাজ!-->!-->!-->!-->!-->…
Read More...
Read More...
ভূইকঁপত কপিল মেক্সিকো
মেক্সিকোত ভূমিকম্পৰ তীব্ৰ জোকাৰণি। মঙলবাৰে নিশা আকাপুলকোৰ ৰিজৰ্টৰ ওচৰত দক্ষিণ মেক্সিকোত অনুভূত হয় এক শক্তিশালী ভূমিকম্প । ভূমিকম্পৰ ফলত!-->…
Read More...
Read More...
ক’ভিড আপডেট
নিউজ ডেস্ক-
ৰাজ্যত ০.৫৪ শতাংশলৈ কমিল পজিটিভিটিৰ হাৰ। এদিনত কৰ’নাত আক্ৰান্ত হৈছে ৪৭১ জন। ২৪ ঘণ্টাত কৰ’নাত মৃত্যু ঘটিছে ৯ জনৰ। গুৱাহাটী!-->!-->!-->…
Read More...
Read More...
আজি ৮ ছেপ্টেম্বৰ
➡️ আজি আন্তৰ্জাতিক সাক্ষৰতা দিৱস।
➡️ ১৫০৪ চনৰ ৮ ছেপ্তেম্বৰত মাইকেল এঞ্জেলোৰ প্ৰসিদ্ধ শিল্পকৃতি ‘ডেভিদ’ক ফ্লোৰেন্সৰ এটা গিৰ্জাত স্থাপন কৰা!-->!-->!-->…
Read More...
Read More...
‘বিগ বি’ৰ জনপ্ৰিয় KBCত অসমৰ ‘মামা’!
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লৈ 'বিগ বি' অমিতাভ বচ্চনৰ জনপ্ৰিয় অনুষ্ঠান 'কৌন বনেগা কড়ৌৰপতি'ত প্ৰশ্ন। অমিতাভৰ প্ৰশ্ন- কি নামেৰে!-->…
Read More...
Read More...