Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
Browsing Category
Science
আজি ১১ অক্টোবৰ
➡️ আজি দূৰ্গা পূজাৰ ষষ্ঠী তিথি ।
➡️ ১৭৩৭ চনৰ আজিৰ দিনটোতে কলকাতাত প্ৰবল ভূমিকম্পৰ ফলত প্ৰায় তিনি লাখ লোকৰ মৃত্যু হৈছিল।
➡️ ১৮৮৯ চনৰ ১১!-->!-->!-->!-->!-->…
Read More...
Read More...
আজি ১০ অক্টোবৰ
➡️ ১৭৩১ চনৰ আজিৰ দিনটোতে ইংৰাজ বিজ্ঞানী হেনৰী কেভেণ্ডিছৰ জন্ম হৈছিল ।
➡️ ১৮৮৫ চনৰ ১০ অক্টোবৰত আমেৰিকান কবি এজৰা পাউণ্ডৰ জন্ম হৈছিল ।
➡️!-->!-->!-->!-->!-->…
Read More...
Read More...
আজি ৯ অক্টোবৰ
➡️ ১৯৩১ চনৰ আজিৰ দিনটোতে ভাৰতীয় বিমান বাহিনী প্ৰতিষ্ঠা হৈছিল।
➡️ ১৯৬৭ চনৰ ৯ অক্টোবৰত চে গুৱেভাৰাৰ মৃত্যু হৈছিল।
➡️ ভাবা পাৰমাণৱিক!-->!-->!-->!-->!-->…
Read More...
Read More...
মেলেৰিয়াৰ প্ৰথমটো প্ৰতিষেধকত অনুমোদন
মেলেৰিয়াৰ প্ৰথমটো প্ৰতিষেধকক অনুমোদন বিশ্ব স্বাস্হ্য সংস্থাৰ। আফ্ৰিকাত সম্পন্ন মেলেৰিয়াৰ ভেকচিনৰ সফল পৰীক্ষণ। প্ৰায় ৮ লাখৰো অধিক শিশুৰ ওপৰত!-->…
Read More...
Read More...
ভূমিকম্পত বিধ্বস্ত জাপান
প্ৰবল ভূমিকম্পত বিধ্বস্ত জাপানৰ ৰাজধানী টকিঅ’ । ভূমিকম্পত চহৰখনৰ লগতে উপকণ্ঠ অঞ্চলতো বিস্তৰ ক্ষতি । ২৮ গৰাকী ব্যক্তি নিহত হোৱাৰ লগতে আহত ২৫!-->…
Read More...
Read More...
আজি ৮ অক্টোবৰ
➡️ আজি ভাৰতীয় বায়ুসেনা দিৱস।
➡️ ১৯০৮ চনৰ ৮ অক্টোবৰত কবি-সাহিত্যিক সীতানাথ ব্ৰহ্মচৌধুৰীৰ জন্ম হৈছিল ।
➡️ মহাত্মা গান্ধীৰ সম্পাদনাত ‘ইয়ং!-->!-->!-->!-->!-->…
Read More...
Read More...
আজি ৭ অক্টোবৰ
➡️ আজিৰে পৰা নৱৰাত্ৰি ব্ৰত আৰম্ভ ।
➡️ ১৭০৮ চনৰ আজিৰ দিনটোতে শিখ গুৰু গোবিন্দ সিঙৰ মৃত্যু হৈছিল ।
➡️ ১৮৪৯ চনৰ৭ অক্টোবৰত মাৰ্কিন গল্পকাৰ,!-->!-->!-->!-->!-->…
Read More...
Read More...
আজি ৬ অক্টোবৰ
➡️ আজি মহালয়া। কিংবদন্তি মতে আজি ধৰাৰ বুকুলৈ নামিব দেৱী দূৰ্গা।
➡️ ১৮৬০ চনৰ আজিৰ দিনটোতে ভাৰতীয় দণ্ডবিধি আইনত পৰিণত হৈছিল । ১৮৬২ চনৰ ১!-->!-->!-->…
Read More...
Read More...
আজি ৫ অক্টোবৰ
➡️ ১০৫৬ চনৰ আজিৰ দিনটোতে জাৰ্মান সম্ৰাট তৃতীয় হেনৰীৰ মৃত্যু হৈছিল ।
➡️ ১৬৭৬ চনৰ ৫ অক্টোবৰত ইংলেণ্ডৰ ৰজাৰ পৰা ইষ্ট ইণ্ডিয়া কোম্পানীয়ে!-->!-->!-->…
Read More...
Read More...
আজি ৪ অক্টোবৰ
➡️ ১৯০৭ চনৰ ৪ অক্টোবৰত কলকাতাত সাম্প্ৰদায়িক সংঘৰ্ষত বহু লোক হতাহত হৈছিল।
➡️ ১৯৫৭ চনৰ আজিৰ দিনটোতে বিশ্বৰ প্ৰথমটো কৃত্ৰিম উপগ্ৰহ!-->!-->!-->…
Read More...
Read More...