মহানগৰীত পুনৰ নিৰুদ্দেশ কনমাণি ছাত্ৰী

মহানগৰীত পুনৰ নিৰুদ্দেশ কনমাণি ছাত্ৰী।পূৱ শৰণীয়া প্ৰাথমিক বিদ্যালয়ৰ পৰা নিৰুদ্দেশ ছাত্ৰী…

পূৱ শৰণীয়া প্ৰাথমিক বিদ্যালয়ৰ পৰা নিৰুদেশ এগৰাকী ৪ ৰ্থ শ্ৰেণীৰ ছাত্ৰী। ছুটিৰ পিছত বিদ্যালয়ৰ পৰা ঘৰলৈ উভতি যোৱা নাই ছাত্ৰী গৰাকী। কনমাণি ছাত্ৰীৰ নাম নয়না তাতী। নিশা ২ বজালৈকে কন্যাক বিছাৰি মহানগৰীত হাবাথুৰি খাইছে পিতৃ-মাতৃৰ লগতে পৰিয়ালৰ লোকে। অভিযোগ মতে বিদ্যালয়ৰ পৰা নিবলৈ অহাৰ আগতেই বিদ্যালয় কতৃপক্ষই অকলেই পঠাই দিয়ে ছাত্ৰী গৰাকীক। চান্দমাৰী আৰক্ষীক নিৰুদ্দেশ সন্দৰ্ভত অৱগত কৰে পৰিয়ালৰ লোকে । বাতৰি যুগুত কৰা সময়লৈকে খোনো শুংসূত্ৰ পোৱা নাই ছাত্ৰী গৰাকীৰ।

You might also like
Leave A Reply

Your email address will not be published.