আজি ১৩ জুন

⏩১৯৪৩ চনত নেতাজী সুভাষ চন্দ্ৰ বসুৰ জাপানলৈ যাত্ৰা

⏩১২৯০ চনত পঞ্জাবৰ শাসক জালালুদ্দিন  খলজিৰ দিল্লী দখল, দাস বংশৰ  অৱসান আৰু খলজিৰ বংশৰ ৰাজত্বৰ সূচনা।

 

⏩১৭৫৭ চনত ১০০০ ইউৰোপীয় সেনা ,২০০০ ভাৰতীয় সেনা আৰু  আঠটা কামান লৈ ৰবাৰ্ট ক্লাইভৰ  ছিৰাজুদৌলাৰ বিৰুদ্ধে যুদ্ধ দিবলৈ মুৰ্ছিদাবাদলৈ যাত্ৰা।

 

⏩১৭৭৩ চনত  ইংৰাজ পদাৰ্থ-বিজ্ঞানী টমাছ ইয়ঙৰ জন্ম।

 

⏩১৮৬৫ চনত  আইৰিছ কবি আৰু নাট্যকাৰ উইলিয়াম বাটলাৰ ইয়েটছৰ জন্ম।

 

⏩১৯৪০ চনত জালিয়ানৱালাবাগ হত্যাকাণ্ডৰ কলংকিত নায়ক মাইকেল অ’ ডায়াৰক হত্যাৰ অভিযোগত উধম সিঙক লণ্ডনত ফাঁচি।

 

⏩১৯৪৩ চনত নেতাজী সুভাষ চন্দ্ৰ বসুৰ জাপানলৈ যাত্ৰা । তাত তেওঁ আজাদ হিন্দ ফৌজত যোগ দিয়ে আৰু এই  বছৰৰে ২৫ আগষ্টত সংগঠনটোৰ সৰ্বাধিনায়ক হয়গৈ।

 

You might also like
Leave A Reply

Your email address will not be published.