➡️১৭৬০ মহীশূৰৰ নবাব হাইদৰ আলীৰ সৈতে ব্ৰিটিছৰ যুদ্ধ।
➡️১৮৯৯ জাপানৰ বিশিষ্ট সাহিত্যিক ইয়াছু নাৰি কাৱাবাতাৰ জন্ম।
➡️১৯৬৮ চনত তেওঁ সাহিত্যৰ নোবেল বঁটা লাভ কৰে।
➡️১৯৬৪ দেশজুৰি জৱাহৰলাল নেহৰুৰ চিতাভস্ম বিসর্জন।
➡️১৯৭৭ ষষ্ঠ লোকসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন আৰম্ভ।
➡️১৯৮৩ বিশিষ্ট শিল্পপতি ঘনশ্যাম দাস বিৰলাৰ (জি ডি বিৰলা নামেৰে অধিক পৰিচিত) লণ্ডনত মৃত্যু।
➡️২০০০ শিক্ষাবিদ, ৰাজনীতিবিদ অজিত কুমাৰ শৰ্মাৰ মৃত্যু।