আজি ১৫ জুন

আজি শ্বহীদ কুশল কোঁৱৰৰ স্মৃতি দিৱস।

আজি শ্বহীদ কুশল কোঁৱৰৰ স্মৃতি দিৱস।

 

আজি ইটালীত অভিযন্তা দিৱস।

 

১২ ১৫ চনত ইংলেণ্ডৰ ৰজা (john) ঐতিহাসিক মেগ্নাকাৰ্টা চনদত সন্মতি দান। মেগ্নাকাৰ্টাৰ  জৰিয়তে ইংলেণ্ডত ৰজাৰ শাসনত আইনৰ শাসন স্বীকৃত হয়।

 

১৫৫৯ চনত ঔৰংগজেৱৰ আনুুষ্ঠানিকভাৱে আগ্ৰাৰ সিংহাসনত আৰোহণ।

 

১৮৫৪ চনত কলকাতাৰ প্ৰাসিদ্ধ প্ৰেছিডেন্সী কলেজ প্ৰতিষ্ঠা।

 

১৮৫৯ চনত  আনন্দৰাম  ঢেকিয়াল ফুকনৰ  মৃত্যু

 

১৯১৬ চনত  মাৰ্কিন সমাজ-বিজ্ঞানী তথা অৰ্থনীতিবিদ হাৰ্বাট আলেকজেণ্ডাৰ ছিমনৰ জন্ম। ছিমনে ১৯৭৮ চনত অৰ্থনীতিৰ নোবেল বঁটা লাভ কৰিছিল।

 

১৯৩২ চনত গল্পকাৰ,ঔপন্যাসিক লক্ষ্মীনন্দন বৰাৰ জন্ম।

 

১৯৩৭ চনত সমাজ সংস্কাৰক আন্না হাজাৰেৰ জন্ম।

 

১৯৯১ চনত ভাৰত দশম সাধাৰণ নিৰ্বাচনৰ সামৰণি।

 

২০০০ চনত মেচ ফিক্সিঙত জড়িত বুলি হান্সি ক্ৰ’নিয়েৰ স্বীকাৰোক্তি, বিশ্বজুৰি চাঞ্চল্য।

 

You might also like
Leave A Reply

Your email address will not be published.