২৫ আগষ্ট

১৮১৯ আধুনিক ভাপ ইঞ্জিনৰ আবিষ্কাৰক জেম্‌ছ বাটৰ মৃত্যু।

 

১৩৪৬ ক্ৰেচিৰ যুদ্ধ। ইংলেণ্ডৰ হাতত ফ্রান্সৰ পৰাজয়।

১৭৬৫ ইংলেণ্ডত কুখ্যাত ‘ষ্টাম্প এক্ট’ৰ প্ৰচলন। ইয়াৰ প্রতিবাদত দেশজুৰি বিদ্ৰোহৰ সূচনা।

১৮১৯ আধুনিক ভাপ ইঞ্জিনৰ আবিষ্কাৰক জেম্‌ছ বাটৰ মৃত্যু।

১৮৬৭ ইংৰাজী বিজ্ঞানী মাইকেল ফেৰাডেৰ মৃত্যু।

১৮৮৮ কলকাতাত অসমীয়া ভাষা উন্নতি সাধিনী সভা, চমুকৈ অভাউসা সভা গঠন।

১৯০৫ ফৰাচী পদার্থবিদ, তেজস্ক্রিয় ৰশ্মিৰ আৱিষ্কাৰক এন্টোইন হেনৰী বেকাৰেলৰ মৃত্যু।

* প্রসিদ্ধ হকী খেলুৱৈ ধ্যানচাঁদৰ জন্ম।

১৯৪৩ নেতাজী সুভাষ চন্দ্র বসু আজাদ হিন্দ ফৌজৰ সর্বাধিনায়ক।

১৯৬০ ৰোমত অলিম্পিক ক্রীড়া সমাৰোহ। এই সমাৰোহ ১১ ছেপ্টেম্বৰলৈ চলে।

২০০৩ মুম্বাইত বোমা বিস্ফোৰণ, ৪৪জন নিহত।

১৯৪২ চৈয়দ মহম্মদ ছাদুল্লা অসমৰ মুখ্য মন্ত্ৰী। ১৯৪৬ চনৰ ১১ ফেব্ৰুৱাৰীলৈকে তেওঁ এই পদত কার্যনির্বাহ কৰে।

You might also like
Leave A Reply

Your email address will not be published.