আজি ২৭ আগষ্ট

১৬০৪ শিখ গুৰু অর্জুন দেবৰ উদ্যোগত ‘গ্রন্থ চাহেব’ সংকলন আৰু সংগ্রহ। এই বছৰৰে এই দিনটোতে ইয়াক অমৃতসৰৰ স্বর্ণ মন্দিৰত সংৰক্ষণ কৰা হয়।

১৮৫৯ আমেৰিকাৰ পেনছিলভেনিয়াত খাৰুৱা-তেলৰ সন্ধান।

১৯০৮ ক্রিকেট খেলুৱৈ ছাৰ ডন ব্ৰেডমেনৰ জন্ম।

১৯১০ মাদাৰ টেৰেছাৰ জন্ম।

১৯৩৯ জার্মানীৰ ডন অহাইনে নিৰ্মাণ কৰা জেট ইঞ্জিনেৰে সজ্জিত উৰাজাহাজৰ পৰীক্ষামূলক উৰণ সম্পন্ন।

১৯৪৭ ভাৰতৰ বৃহত্তম সংবাদ সংস্থা প্রেছ ট্রাষ্ট অব্ ইণ্ডিয়া, সংক্ষেপে পি টি আই গঠন।

১৯৭৯ লর্ড মাউন্টবেটেনৰ মৃত্যু।

২০০৩ প্রায় ৬০ হাজাৰ বছৰৰ অন্তত মংগল গ্ৰহৰ পৃথিৱীৰ নিকটতম স্থানত অৱস্থান।

You might also like
Leave A Reply

Your email address will not be published.