আজি  ৮ অক্টোবৰ 

 

আজি ভাৰতীয় বায়ুসেনা দিৱস

 

১৯০৮ চনত কবি -সাহিত্যিক সীতানাথ ব্ৰহ্মচৌধুৰীৰ জন্ম।

১৯১৯ চনত মহাত্মা গান্ধীৰ  সম্পাদনাত ইয়ং ইণ্ডিয়া পত্ৰিকা প্ৰকাশ আৰম্ভ।

১৯৩৬ চনত হিন্দী সাহিত্যিক প্ৰসিদ্ধ গল্পকাৰ তথা  ঔপন্যাসিক মুন্সী প্ৰেমচান্দৰ( প্ৰকৃত নাম ধনপত ৰায় শ্ৰীবাস্তৱ) মৃত্যু।

১৯৭৯ চনত ভাৰতৰ সমাজবাদী ভাবাপন্ন ৰাজনৈতিক নেতা জয়প্রকাশ নাৰায়ণৰ মৃত্যু।

১৯৯০ চনত  উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কংগ্ৰেছৰ প্ৰবীণ নেতা কমলাপতি ত্রিপাঠীৰ মৃত্যু।

১৯৯৪ চনতকুৱেইট সীমান্তত ইৰাকী সেনাৰ অৱস্থান; মার্কিন যুক্তৰাষ্ট্ৰ আৰু গ্রেট ব্রিটেইনৰ উপসাগৰীয় অঞ্চললৈ যুদ্ধজাহাজ প্ৰেৰণ।

২০০৩ চনত এজন আমেৰিকান আৰুএজন ব্রিটিছ অর্থনীতিবিদ ক্রমে ৰবাৰ্ট এফ এগল আৰু ডব্লিউ জে গ্ৰেঞ্জাৰলৈ অৰ্থনীতিৰ নোবেল বঁটা ঘোষণা, মার্কিন বিজ্ঞানী পিটাৰ এগ্ৰে আৰু ৰডেৰিক মেককিননলৈ ৰসায়নৰ নোবেল বঁটা ঘোষণা।

২০০৩ চনত আহমেদাবাদত ভাৰত-নিউজীলেণ্ডৰ মাজত প্রথম টেষ্ট আৰম্ভ

 

 

 

You might also like
Leave A Reply

Your email address will not be published.