আজি ২১ ছেপ্টেম্বৰ

১৩২৭ ইংলেণ্ডৰ ৰজা দ্বিতীয় এডৱাৰ্ডক বন্দী আৰু হত্যা। তৃতীয় এডৱাৰ্ড ইংলেণ্ডৰ নতুন ৰজা।

১৯৭০ ব্ৰিটিছ সৈন্যৰ দক্ষিণ ভাৰতৰ কালিকট দখল।

১৮৩২ প্রসিদ্ধ ইংৰাজ সাহিত্যিক ছাৰ ৱাল্টাৰ স্কটৰ মৃত্যু।

১৮৬০ জার্মান দার্শনিক আর্থাৰ স্কোপেনহেয়াৰৰ মৃত্যু।

১৮৬৬ ইংৰাজ সাহিত্যিক এইচ জি ৱেল্লুৰ (হার্বার্ট জর্জ রেল) জন্ম।

১৯৪৯ চীনত গণ প্রজাতন্ত্র প্রতিষ্ঠিত, ছিয়াং কাই শ্বেকৰ সেনা পৰাস্ত।

১৯৫০ নাছিকত দুদিনীয়াকৈ জাতীয় কংগ্ৰেছৰ ৫৬তম অধিৱেশন আৰম্ভ। সভাপতি পুৰুষোত্তম দাস টেন্ডন।

১৯৯৯ বিশিষ্ট শিল্পী, ব্যৱসায়ী ক্ষীৰদাকান্ত বিষয়াৰ পৰলোক।

খ্ৰীষ্টপূর্ব ১৯: ৰোমৰ প্ৰসিদ্ধ কবি তথা দার্শনিক ভার্জিলৰ মৃত্যু।

You might also like
Leave A Reply

Your email address will not be published.