আজি ২৬ আগষ্ট

➡️১৩০৩ আলাউদ্দিন খিলিজীৰ চিতোৰ দুৰ্গ দখল।

➡️১৭২৩ অণুবীক্ষণ যন্ত্ৰৰ আৱিষ্কাৰক লিউৱেনহুকৰ মৃত্যু।

➡️১৭৪৩ আধুনিক ৰসায়ন-শাস্ত্ৰৰ বাটকটীয়া ফৰাচী বিজ্ঞানী এন্টোইন লৰেণ্ট লেভয়ছিয়াৰৰ জন্ম।

➡️১৯০৭ ভাৰতৰ প্ৰসিদ্ধ লো- তীখা কোম্পানী ‘টাটা আইৰন এণ্ড ষ্টীল কোম্পানী’ পঞ্জীয়নভুক্ত।

➡️ ১৯৪৩ আনুষ্ঠানিকভাৱে আজাদ হিন্দ ফৌজৰ জন্ম।

➡️১৯৭২ মিউনিখত অলিম্পিক ক্রীড়া সমাৰোহ আৰম্ভ। এই সমাৰোহ দল ছেপ্টেম্বৰলৈ চলে।

➡️১৯৭২ মিউনিখ অলিম্পিকত আৰবী গেৰিলা বিদ্রোহীৰ দ্বাৰা ইজৰাইলী খেলুৱৈক হত্যা।

➡️২০০২ প্ৰচাৰ ভাৰতীত থলুৱা যুৱকক নিযুক্তিৰ ক্ষেত্ৰত প্ৰৱঞ্চনাৰ অভিযোগত গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰত বিক্ষোভ; পোন্ধৰ লাখ টকাৰ সা-সম্পত্তিৰ ক্ষতিসাধন।

➡️২০০২ টেষ্ট ক্রিকেটত ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতৰ জয়লাভ।

➡️১৯৫৬ ভাৰতীয় ৰাজনীতিবিদ, পশু অধিকাৰ কৰ্মী তথা পৰিৱেশবিদ মানেকা গান্ধীৰ জন্ম।

You might also like
Leave A Reply

Your email address will not be published.