আজি ৮ আগষ্ট

➡️১৯৭৭ অনিৰ্দিষ্ট কাললৈ ভৰত চৰকাৰৰ অসামৰিক সন্মান ভাৰতৰত্ন আৰু পদ্ম সন্মান প্ৰদান বন্ধ ।
➡️২০০৬ সাহিত্যিক চন্দ্ৰপ্ৰসাদ শইকীয়াৰ মৃত্যু ।
➡️১৯৪২ বোম্বাইত (মুম্বাই) অনুষ্ঠিত জাতীয় কংগ্ৰেছৰ অধিৱেশনত ভাৰত ত্যাগ আন্দোলনৰ সূচনা হয় আৰু মহাত্মা গান্ধীসহ বহু কংগ্ৰেছ নেতা গ্ৰেপ্তাৰ ।
➡️১৯৫৫ পাৰমাণৱিক শক্তিৰ শান্তিপূৰ্ণ ব্যৱহাৰ সম্পৰ্কে আলোচনাৰ বাবে জেনেভাত আন্তৰ্জাতিক সন্মিলন । ৭২ খন দেশৰ ➡️১২০০ বিজ্ঞানীয়ে এই সন্মিলনত অংশগ্ৰহণ কৰে ।
➡️১৮১৫ ৱাৰ্টালু যুদ্ধত পৰাজিত আৰু বন্দী নেপোলিয়ন বোনাপাৰ্টক ছেণ্ট হেলেনা দ্ৱীপলৈ নিৰ্বাসন ।
➡️১৯০০ টেনিছৰ আটাইতকৈ পুৰণি প্ৰতিযোগিতা ডেভিছ কাপৰ প্ৰথম খেল বষ্টনত অনুষ্ঠিত ।

You might also like
Leave A Reply

Your email address will not be published.