➡️চিচিলিৰ জাতীয় দিৱস।
➡️বিশ্ব ৰক্তদাতা দিৱস।
➡️১৯০৯ কমিউনিষ্ট নেতা ই এম এছ নাম্বুডিৰিপদৰ কেৰালাৰ পালঘাটত জন্ম। ১৯৬৭ চনত তেওঁ কেৰালাত ভাৰতৰ প্ৰথমখন কমিউনিষ্ট চৰকাৰ গঠন কৰে।
➡️১৯২৮ লেটিন আমেৰিকাৰ পেৰিলা নেতা, কিউবা আন্দোলনৰ অন্যতম হোতা চে গুৱেভাৰাৰআর্জেন্টিনাত জন্ম। ১৯৪৬ টেলিভিছনৰ আৱিষ্কাৰক জন লোগি বেয়াৰ্ডৰ মৃত্যু। ১৯৬৮ ইটালীৰ প্ৰখ্যাত কবি, সমালোচক ছালভাটোৰ কোৱাছিম’ডোৰ মৃত্যু। ইটালীৰ কাব্য-সাহিত্যৰ মুকুটবিহীন সম্রাট ৰূপে অভিহিত কোৱাছিম’ডোৱে ১৯৫৯ চনত সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল।
➡️১৯৭৭ ষষ্ঠদশ লোকসভাৰ বাবে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত।
➡️১৯৯১ প্রখ্যাত ব্রিটিছ অভিনেত্রী ডেম পেগি এছক্রফ্টৰ ৮৩ বছৰ বয়সত লণ্ডনত মৃত্যু। সুদীর্ঘ ৬০ বছৰ মঞ্চ আৰু চলচ্চিত্ৰৰ লগত জড়িত এছক্রফ্টে ‘এ পেছেজ টু ইণ্ডিয়া’ ছবিত কৰা অভিনয়ৰ বাবে ১৯৮৪ চনত অস্কাৰ বঁটা লাভ কৰে।
* ৰাছিয়াৰ ঐতিহাসিক চহৰ লেলিনগ্ৰেডৰ নাম সলনি; নতুন নাম ছেন্ট পিটাৰ্ছবার্গ।
➡️১৯৯৯ থাবো মবেকি দক্ষিণ আফ্রিকাৰ নতুন ৰাষ্ট্ৰপতি। ২০০২ হামিদ কাৰজাই আফগানিস্তানৰ ৰাষ্ট্ৰপতি।
* ভাৰতৰ ৰাষ্ট্ৰপতি পদৰ বাবে বাঁও মৰ্চাৰ ডঃ লক্ষ্মী ছেহগালৰ নাম প্ৰস্তাৱ।
* কৰাচীত মার্কিন কনছুলেটৰৰ কাষত গাড়ীবোমা বিস্ফোৰণ, ১০জনৰ মৃত্যু।
➡️২০০৩ প্রসিদ্ধ ফুটবল খেলুৱৈ ডেভিদ বেকহামক ইংলেণ্ডৰ ৰাণীৰ ‘অৰ্ডাৰ অব্ ব্ৰিটিছ এম্পায়াৰ’ সন্মান প্রদান।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
NE Bharat 24 is the most authentic and boldest news T.V.news platform.
Prev Post
Next Post
You might also like