আজি ১৭ জুন

➡️১১২৮ চনত আনজোৰ কাউন্ট পঞ্চম জিঅ’ফ্ৰেৰ ইংলেণ্ডৰ ৰজা প্ৰথম হেনৰীৰ কন্যা মাটিলডাৰ সৈতে বিবাহ।
➡️১৭৫৬ চনত ৫০,০০০ সৈন্যৰে নবাব ছিৰাজোদ্দৌল্লাৰ কলকাতা আক্ৰমণ।
➡️১৮৬২ চনত ভাৰতৰ প্ৰাক্তন গৱৰ্ণৰ জেনেৰেল লৰ্ড কেনিঙৰ ইংলেণ্ডত মৃত্যু।
➡️১৯০৩ চনত ৰূপকোৱঁৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম।
➡️১৯২৮ চনত উৰিষ্যাৰ বিশিষ্ট জাতীয়তাবাদী নেতা গোপবন্ধু দাসৰ মৃত্যু।
➡️১৯৬৫ চনত লণ্ডনত নদিনীয়া কমনৱেল্থ সন্মিলন আৰম্ভ।
➡️১৯৯১ চনত হাৰিয়ানা বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ নিৰংকুশ আৰু সংখ্যাগৰিষ্ঠতা অৰ্জন, কেৰালা আৰু তামিলনাডুত কংগ্ৰেছ আৰু ইয়াৰ সহযোগী দলৰ সংখ্যাগৰিষ্ঠতা অৰ্জন।
ভাৰতৰ প্ৰথম উপ-প্ৰধান মন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেল আৰু ভাৰতৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী ৰাজীৱ গান্ধীলৈ মৰণোত্তৰভাৱে ভাৰতৰত্ন প্ৰদানৰ সিদ্ধান্ত ঘোষণা।
➡️২০০২ চনত বছৰজোৰা কাৰ্যসূচীৰে ৰাজ্যজুৰি জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম-শতবাৰ্ষকী আৰম্ভ।

You might also like
Leave A Reply

Your email address will not be published.