আজি ৪ ছেপ্টেম্বৰ

আজি ৪ ছেপ্টেম্বৰ

➡️১৮২৫ ভাৰতৰ স্বাধীনতা আন্দোলনৰ প্ৰথম যুগৰ নেতা তথা ভাৰতীয় জাতীয় কংগ্ৰেছৰ অন্যতম প্রতিষ্ঠাতা দাদা ভাই নৌৰজীৰ জন্ম।

➡️১৯০৬ চনত কলকাতাত বহা জাতীয় কংগ্ৰেছৰ অধিৱেশনত তেৱেই প্ৰথমবাৰৰ বাবে ‘স্বৰাজ জাতীয় কংগ্ৰেছৰ লক্ষ্য’ বুলি ঘোষণা কৰে।

➡️১৮৮২ আমেৰিকাত প্ৰথমবাৰৰ বাবে ৰাজহুৱাকৈ বিজুলীবাতিৰ ব্যৱহাৰ আৰম্ভ।

➡️২০০২ অসমীয়া ভাষা বিজ্ঞানসন্মতভাবে অধ্যয়ন কৰি বিশ্বৰ ভাষা-বিজ্ঞানীৰ দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হোৱা ভাষা- বিজ্ঞানী ডঃ গোলোকচন্দ্র গোস্বামীক অসম সাহিত্য সভাৰ সম্মানীয় ‘সাহিত্যাচার্য’ উপাধি প্রদান।

➡️২০০৪ শিক্ষাবিদ ইন্দিৰা মিৰিৰ মৃত্যু।
➡️১৯৪৬ হেনী ফলি নাইট অসমৰ ৰাজ্যপাল। এই বছৰৰে ২৩ ডিচেম্বৰলৈকে তেওঁ ৰাজ্যপাল ৰূপে কার্যনির্বাহ কৰে।

You might also like
Leave A Reply

Your email address will not be published.