আজি ৫ ছেপ্টেম্বৰ

শিক্ষক দিৱস।

১৬১২ চাৰিখন যুদ্ধজাহাজেৰে ইষ্ট ইণ্ডিয়া কোম্পানীৰ নৌ- বাহিনী গঠন।

১৮২৭ বিজ্ঞানী ছাৰ যোছেফ লিষ্টাৰৰ জন্ম।

১৮৭৪ কবি আনন্দচন্দ্ৰ আগৰৱালাৰ জন্ম।

১৮৮৮ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্ম। ১৯৫৭ সংসদত কৰ বিধেয়ক গৃহীত।

১৯৬২ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্মদিনটোক ‘শিক্ষক দিৱস’ ৰূপে পালনৰ সিদ্ধান্ত।

১৯৯১ ৰাছিয়াৰ পূৰ্ণাংগ সংসদ ছুপ্রিম ছোভিয়েটৰ পুনর্গঠন।

১৯৯৭ সমাজসেৱিকা মাদাৰ টেৰেছাৰ মৃত্যু।

২০০০ এক অগ্নিকাণ্ডত সম্পূর্ণরূপে ভস্মীভূত হয় অসমৰ অগ্রণী প্রকাশন প্রতিষ্ঠান ‘লয়াছ বুক ষ্টল’।

২০০৪ পশ্চিম জাপানত ৰিষ্টাৰ স্কেলত ৬.৯ আৰু ৭.৯ প্রাবল্যৰ দুটা শক্তিশালী ভূমিকম্প অনুভূত।

২০০৫ প্রথিতযশা মালয়ালম ছবি নির্মাতা আদুৰ গোপালাকৃষ্ণণ ২০০৪ বৰ্ষৰ দাদা চাহেব ফাল্কে বঁটাৰ বাবে নির্বাচিত।

২০০০ বিশিষ্ট চলচ্চিত্ৰ পৰিচালক হৃষীকেশ মুখার্জীলৈ ১৯৯৯ চনৰ দাদা চাহেব ফাল্কে বঁটা।

You might also like
Leave A Reply

Your email address will not be published.