ASSAM| Congratulations to the meritorious students of Pengeri-Bardumcha

ASSAM| Congratulations to the meritorious students of Pengeri-Bardumcha

পেঙেৰী-বৰডুমচাৰ কৃতী শিক্ষাৰ্থীলৈ অভিনন্দন

​পেঙেৰী-বৰডুমচা আপেঙেৰী-বৰডুমচাৰ কৃতী শিক্ষাৰ্থীলৈ অভিনন্দন

​পেঙেৰী-বৰডুমচা আঞ্চলিক ছাত্ৰ সন্থাৰ এক শলাগবলগীয়া পদক্ষেপ। শেহতীয়াকৈ ঘোষিত উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ বৃহত্তৰ পেঙেৰী অঞ্চলৰ গৌৰৱস্বৰূপ কৃতিমান ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনাবলৈ আয়োজন কৰা হৈছে এক বিশেষ অভিনন্দন অনুষ্ঠান। পেঙেৰী-বৰডুমচা আঞ্চলিক সমিতি (আছু)য়ে অঞ্চলটোৰ মেধাৱী সন্তানসকলৰ এই সাফল্যক উদযাপন কৰিবলৈ আৰু তেওঁলোকক ভৱিষ্যতৰ বাবে উৎসাহিত কৰিবলৈ ২৯ জুলাইত আয়োজিত এই অনুষ্ঠানত সমগ্ৰ পেঙেৰী-বৰডুমচা আঞ্চলিক ছাত্ৰ সন্থাই কৃতী শিক্ষাৰ্থীসকলৰ লগতে তেওঁলোকৰ অভিভাৱকসকলৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে।

সমান্তৰালভাৱে, এই জ্ঞান-উৎসৱটি সৰ্বাংগীনভাৱে সফল কৰি তুলিবলৈ অঞ্চলটোৰ সচেতন ৰাইজ, শিক্ষাবিদ আৰু গুণমুগ্ধসকলৰ বহুমূলীয়া দিহা-পৰামৰ্শ তথা সৰ্বাত্মক সহযোগিতা আন্তৰিকতাৰে আছুৰ আঞ্চলিক সমিতিয়ে আজি এক সংবাদমেল যোগে আহ্বান জনাইছে।ঞ্চলিক ছাত্ৰ সন্থাৰ এক শলাগবলগীয়া পদক্ষেপ।

ASSAM| Congratulations to the meritorious students of Pengeri-Bardumcha
ASSAM| Congratulations to the meritorious students of Pengeri-Bardumcha

শেহতীয়াকৈ ঘোষিত উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ বৃহত্তৰ পেঙেৰী অঞ্চলৰ গৌৰৱস্বৰূপ কৃতিমান ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনাবলৈ আয়োজন কৰা হৈছে এক বিশেষ অভিনন্দন অনুষ্ঠান। পেঙেৰী-বৰডুমচা আঞ্চলিক সমিতি (আছু)য়ে অঞ্চলটোৰ মেধাৱী সন্তানসকলৰ এই সাফল্যক উদযাপন কৰিবলৈ আৰু তেওঁলোকক ভৱিষ্যতৰ বাবে উৎসাহিত কৰিবলৈ ২৯ জুলাইত আয়োজিত এই অনুষ্ঠানত সমগ্ৰ পেঙেৰী-বৰডুমচা আঞ্চলিক ছাত্ৰ সন্থাই কৃতী শিক্ষাৰ্থীসকলৰ লগতে তেওঁলোকৰ অভিভাৱকসকলৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে।

​সমান্তৰালভাৱে, এই জ্ঞান-উৎসৱটি সৰ্বাংগীনভাৱে সফল কৰি তুলিবলৈ অঞ্চলটোৰ সচেতন ৰাইজ, শিক্ষাবিদ আৰু গুণমুগ্ধসকলৰ বহুমূলীয়া দিহা-পৰামৰ্শ তথা সৰ্বাত্মক সহযোগিতা আন্তৰিকতাৰে আছুৰ আঞ্চলিক সমিতিয়ে আজি এক সংবাদমেল যোগে আহ্বান জনাইছে।

You might also like
Leave A Reply

Your email address will not be published.