আজি ৬ আগষ্ট ।

বলিভিয়াৰ স্ৱাধীনতা দিৱস ।
বিশ্ৱ জ্যেষ্ঠ নাগৰিক দিৱস ।
হিৰোছিমা দিৱস ।
১৮০৯ ইংৰাজ কবি লৰ্ড আলফ্ৰেড টেনিছৰ জন্ম ।
১৮২৫ কলম্বিয়াৰ স্ৱাধীনতা লাভ ।
১৮৮১ বিশিষ্ট জীৱাণুতত্ৱবিদ, পেনিচিলিনৰ আৱিষ্কাৰক আলেকজে ফ্ৰেমিঙৰ জন্ম ।
১৮৩২ ভেনিছত বিশ্ৱৰ প্ৰথম আন্তৰ্জাতিক চলচ্চিত্ৰ মহোত্সৱ ।
১৯৪৫ জাপানৰ হিৰোছিমাত আমেৰিকাৰ পাৰমাণৱিক বোমাৰ বিস্ফোৰণ ।
১৯৪৬ মুম্বাইত ভাৰতৰ প্ৰথমটো টেষ্ট টিউব বেবীৰ জন্ম ।
১৯৮৮ উত্তৰ- পূৱ ভাৰতৰ নানা ঠাইত ভূমিকম্প ।
১৯৯০ পাকিস্তানত বেনজিৰ ভূট্টোৰ চৰকাৰ বৰ্খাস্ত ।
১৯৯৭ সাহিত্যিক, ভাৰতীয় জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম অসমীয়া বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ মৃত্যু ।

You might also like
Leave A Reply

Your email address will not be published.