▶️১৯১১ চনৰ এই দিনটোতেই ভাৰতীয় চলচ্চিত্ৰ তাৰকা অশোক কুমাৰৰ জন্ম হৈছিল।
▶️১৯১১ চনৰ আজিৰ দিনটোতেই ভগ্নী নিবেদিতাৰ মৃত্যু ঘটিছিল।
▶️১৯৮৭ চনৰ এই দিনটোতেই প্ৰখ্যাত সংগীতশিল্পী তথা অভিনেতা কিশোৰ কুমাৰৰ মৃত্যু ঘটিছিল।
▶️২০০০ চনৰ আজিৰ দিনটোতেই কোৰিয়া উপদ্বীপত শান্তি স্থাপনৰ হকে কৰা প্ৰয়াসৰ বাবে দক্ষিণ কোৰিয়াৰ তদানীন্তন ৰাষ্ট্ৰপতি কিম ডে জুঙলৈ শান্তিৰ নোবেল বঁটা।
▶️২০০১ চনৰ আজিৰ দিনটোতেই আফগানিস্তানত এসপ্তাহধৰি মাৰ্কিন আক্ৰমণত তিনি শতাধিকৰ মৃত্যু,বহু লোক আক্ৰান্ত। আমেৰিকাত লাডেনৰ জৈৱাস্ত্ৰ বুলি ভবা ‘এনথ্ৰাক্স’ত চাৰিজন লোক আক্ৰান্ত। এজনৰ মৃত্যু।জৈৱাস্ত্ৰৰ বিভীষিকাত আতংকিত আমেৰিকাবাসী।।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
আজি ১৩ অক্টোবৰ
NE Bharat 24 is the most authentic and boldest news T.V.news platform.
Prev Post
You might also like