আজি ১৪ ডিচেম্বৰ

➡️১১৫৪ নিকোলাছ ব্ৰেকস্পিয়েৰ ৰোমৰ পোপ হৈ তেওঁ চতুৰ্থ হেড্ৰিয়ান নাম লয়। পোপ ৰূপে নিৰ্বাচিত তেৱেঁই একমাত্ৰ ইংৰাজ।
➡️১৫৪৬ ছুইডেনৰ জ্যোতিৰ্বিজ্ঞানী টাইক্লো ব্ৰাহেৰ জন্ম।
➡️১৭৯৯ আমেৰিকাৰ প্ৰথম ৰাষ্ট্ৰপতি জৰ্জ ৱাশ্বিংটনৰ মৃত্যু।
➡️১৮১২ ভাৰতৰ প্ৰথম ভাইচৰয় তথা গৱৰ্ণৰ জেনেৰেল লৰ্ড কেনিঙৰ জন্ম।
➡️১৯১১ নৰৱেৰ অভিনেত্ৰী ৰোৱাল্ড এমুণ্ডছনৰ প্ৰথমবাৰৰ বাবে এন্টাৰ্কটিকা তথা দক্ষিণ মেৰুত পদাৰ্পণ।
➡️১৯২৪ হিন্দী চলচ্চিত্ৰ জগতৰ প্ৰখ্যাত অভিনেতা, প্ৰযোজক আৰু পৰিচালক ৰাজ কাপুৰৰ জন্ম।
➡️১৯৩৬ অগ্নিকবি কমলাকান্ত ভট্টাচাৰ্য্যৰ মৃত্যু।
➡️১৯৯৭ ডঃ নগেন শইকীয়া অসম সাহিত্য সভাৰ সভাপতি ৰূপে নিৰ্বাচিত।
➡️১৯৮৪ স্পেনিছ কবি ভিচেন্ট আলেকজেণ্ডাৰৰ মৃত্যু। ১৯৭৭ চনত তেওঁ সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল।
➡️১৯৯১ যশস্বী চলচ্চিত্ৰ পৰিচালক সত্যজিৎ ৰায়লৈ বিশেষ অস্কাৰ বঁটা।
➡️১৫০৩ ফৰাচী চিকিৎসক তথা প্ৰসিদ্ধ জ্যোতিৰ্বিদ নষ্ট্ৰাডামাছৰ জন্ম।

You might also like
Leave A Reply

Your email address will not be published.