আজি ২৪ নৱেম্বৰ

➡️আজি লাচিত দিৱস
➡️১৬৩২ সপ্তদশ শতিকাৰ বিশিষ্ট যুক্তিবাদী দাৰ্শনিক বেনেডিক্ট ডে স্পিনোজাৰ
জন্ম।
➡️১৮৫৯ চাৰ্লছ ডাৰউইনৰ প্ৰসিদ্ধ বিৱৰ্তনবাদ সম্পৰ্কীয় প্ৰথম গ্ৰন্থ প্ৰকাশ।
➡️১৮৬৭ সাহিত্যিক ৰজনীকান্ত বৰদলৈ জন্ম।
➡️১৯৮৬ তামিলনাডু বিধানসভাৰ সাতজন বিধায়কক বহিষ্কাৰ। ভাৰতৰ বিধানসভা নিৰ্বাচনত এনে ঘটনা এয়ে প্ৰথম।
➡️১৯৯৫ বাংলাদেশ সংসদ ভংগ।
➡️১৯৯৮ দিল্লী, ৰাজস্থান, মধ্যপ্ৰদেশ আৰু মিজোৰামত বিধানসভা নিৰ্বাচন।
➡️২০০১ অসমৰ প্ৰাক্তন মন্ত্ৰী দিগেন বৰাৰ মৃত্যু।
➡️২০০২ জম্মু চহৰৰ ৰঘুনাথ মন্দিৰত সন্ত্ৰাসবাদীৰ আক্ৰমণ। এই আক্ৰমণত ১১ জন দৰ্শনাৰ্থীয়ে থিতাতে প্ৰাণ হেৰুৱায়। পিছত আৰক্ষীয়ে মন্দিৰটো সন্ত্ৰাসবাদীৰ কবলৰ পৰা মুক্ত কৰে।
➡️২০০৩ ২৫দিনীয়া ভ্ৰমণসূচী লৈ ভাৰতলৈ অহা নিউজীলেণ্ডৰ মহিলা ক্ৰিকেট দলৰ প্ৰথমখন মেচত জয়লাভ।
➡️২০০৪ ছিয়াছেনত ভাৰতৰ যুদ্ধবিৰতিৰ প্ৰস্তাৱ।

 

You might also like
Leave A Reply

Your email address will not be published.