▶️১৫২৪ চনৰ আজিৰ দিনটোতেই পৰ্তুগালৰ ৰাজপ্ৰতিনিধি ৰূপে বিশিষ্ট নৌ-অভিযাত্ৰী ভাস্কো ডা-গামাৰ তৃতীয় তথা অন্তিমবাৰৰ বাবে ভাৰতলৈ আগমন।
▶️১৮৯৭ চনৰ আজিৰ দিনটোতেই মাৰ্কিন ঔপন্যাসিক উইলিয়াম ফকনাৰৰ জন্ম হৈছিল।
▶️১৯৭৪ চনৰ আজিৰ দিনটোতেই পঞ্চম পঞ্চবাৰ্ষিক পৰিকল্পনা চূড়ান্ত।
▶️১৯৭০ চনৰ এই দিনটোতেই প্ৰথম মহাসমৰৰ সৈনিক তথা খ্যাতনামা লেখক এৰিক মাৰিয়া ৰেমাৰ্কৰ ছুইজাৰলেণ্ডত মৃত্যু।তেওঁৰ ‘অল কোৱায়েট অন দ্য ৱেষ্টাৰ্ণ ফ্ৰন্ট’ এখন বিশ্ববিখ্যাত উপন্যাস। প্ৰথম মহাসমৰৰ পটভূমিত লিখা সম্ভৱতঃ এইখনেই সৰ্বশ্ৰেষ্ঠ আলেখ্য।
▶️১৮৬৬ চনৰ আজিৰ দিনটোতেই মাৰ্কিন জীৱবিজ্ঞানী টমাছ হান্ট মৰ্গানৰ জন্ম হৈছিল। তেওঁ ১৯৩৩ চনত চিকিৎসা-বিজ্ঞানত নোবেল বঁটা লাভ কৰিছিল।।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
আজি ২৫ ছেপ্টেম্বৰ
Next Post
You might also like