আজি ৯ অক্টোবৰ

▶️১৯৩১ চনৰ এই দিনটোতেই ভাৰতীয় বিমান বাহিনীৰ প্ৰতিষ্ঠা।
▶️১৯৬৭ চনৰ এই দিনটোতেই চে গুৱেভাৰাৰ মৃত্যু।
▶️১৯৭০ চনৰ আজিৰ দিনটোতেই ভাবা পাৰমাণৱিক গৱেষণা কেন্দ্ৰত ইউৰেনিয়াম ২৩৩ উৎপাদন।
▶️১৯৭৬ চনৰ আজিৰ দিনটোতেই মুম্বাই আৰু লণ্ডনৰ মাজত প্ৰথম ISD সেৱা মুকলি।
▶️১৯৭৮ চনৰ আজিৰ দিনটোতেই বেংককত এছিয়ান গেমছ আৰম্ভ।
▶️২০০৪ চনৰ এই দিনটোতেই গোৱালপাৰাৰ কৃষ্ণাই-বলবলাত হোৱা প্ৰচণ্ড ধুমুহা আৰু বানত শতাধিক লোক হতাহত, বহুজন সন্ধানহীন।
▶️১৯৯০ চনৰ এই দিনটোতেই ভাৰতৰ প্ৰথমখন তৈলবাহী জাহাজ ‘মতিলাল নেহৰু’ৰ উদ্বোধন।।

You might also like
Leave A Reply

Your email address will not be published.