ইউক্ৰেইনৰ জাপ’ৰিজজিয়াত ৰাছিয়াৰ ভয়াৱহ ৰকেট আক্ৰমণ। আক্ৰমণৰ ফলত কমেও পাঁচটা ব্যক্তিগত ঘৰ সম্পূৰ্নৰূপে ধ্বংস হোৱাৰ লগতে প্ৰায় ৪০টা আন ঘৰ ক্ষতিগ্ৰস্ত হৈছে। আক্ৰমণৰ ফলত মৃত্যু হয় কমেও ১৭ জন লোকৰ । খৱৰটো সদৰি কৰে চিটি কাউন্সিলৰ সচিব আনাতোলি কুৰ্টেভে।।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.