ক’ভিড আপডেট

নিউজ ডেস্ক:

বিগত ২৪ ঘণ্টাত ৰাজ্যত কোভিডত আক্ৰান্ত হৈছে ১৩ গৰাকী লোক। আক্ৰান্ত সকলৰ ৭ গৰাকী কামৰূপ (মেট্ৰ’) জিলাৰ। যোৱা ২৪ ঘণ্টাত কোনো কোভিডত মৃত্যু হোৱা নাই কোনো আক্ৰান্তৰ। পজিটিভিটিৰ হাৰ ০.৯২ শতাংশ। আৰোগ্যৰ হাৰ ৯৮.৫৭ শতাংশ।

আনহাতে দেশত বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্তৰ সংখ্যা ২,১৪১ গৰাকী । যোৱা ২৪ ঘণ্টাত কোভিডত মৃত্যু হৈছে ৭ গৰাকী আক্ৰান্তৰ। পজিটিভিটিৰ হাৰ ০.৮৫ শতাংশ। আৰোগ্যৰ হাৰ ৯৮.৭৬ শতাংশ। দেশত মুঠ আক্ৰান্তৰ সংখ্যা ২৫,৫১০ গৰাকী।

You might also like
Leave A Reply

Your email address will not be published.