দুপৰীয়া ২ বাজি ৩০ মিনিটত পাঞ্জাবাৰী শনিবৰীয়া বজাৰৰ অস্থায়ী শাক পাচলিৰ দোকানত বনৰীয়া হাতীয়ে আলু খাই থকা মুহূৰ্ত। বন বিভাগৰ কৰ্মীয়ে কেইবাটাও ফটকা ফুটাই মুল পথৰ পৰা খেদি পঠিওৱাৰ চেষ্টা কৰি বিফল হোৱাত গালৈ বন্দুকেৰে ফাইয়াৰিং কৰাত আৰ্মি কেম্পৰ ফালে পলায়ন কৰে। স্তব্ধ হৈ পৰে পথ, পথত দুইফালে যান বাহন আৰু পথচাৰীয়ে প্ৰায় ২০ মিনিট অপেক্ষা কৰিব লগীয়া হয়।
![](https://nebharat24.com/wp-content/uploads/2021/12/nebharat-square-150x150.png)