নিউজ ডেস্ক:
Related Posts
দুৰ্ঘটনাত প্ৰাণ গ’ল নিউজ চেনেলৰ ফটো সাংবাদিকৰ। বিশ্বনাথ চাৰিআলীত শোকাবহ দুৰ্ঘটনা। নিশা পথত পৰি থকা গছত খুন্দিয়াই প্ৰাণ গ’ল এজন ফটাে সাংবাদিকৰ।। দুৰ্ঘটনাটোত থিতাতে নিহত বিশ্বনাথৰ নিৰ্বান নয়ন হাজৰিকা নামৰ যুৱকজন। মৃত যুৱকজনৰ ঘৰ বিশ্বনাথৰ গড়েহাগী গাঁৱত। এটা নিউজ চেনেলৰ ভিডিঅ’ জাৰ্ণেলিষ্ট আছিল নিৰ্বান নয়ন।