আজি ১০ ডিচেম্বৰ

➡️মানৱ অধিকাৰ দিৱস।
➡️শক্তি সংৰক্ষণ দিৱস।
➡️শ্বহীদ দিৱস অসমত পালন কৰা হয়।
➡️১৮৩৫ হেমচন্দ্ৰ বৰুৱাৰ জন্ম।
➡️১৮৭৯ চক্ৰৱৰ্তী ৰাজা গোপালাচাৰীৰ জন্ম।
➡️১৮৯১ ছুইডেনৰ ৰসায়ন-বিজ্ঞানী আলফ্ৰেড নোবেলৰ মৃত্যু।
➡️১৯০১ জাৰ্মান পদাৰ্থ-বিজ্ঞানী উইলহেম ৰন্টজেনলৈ পদাৰ্থ-বিজ্ঞানৰ নোবেল বঁটা। পদাৰ্থ-বিজ্ঞামৰ নোবেল বঁটা পোৱা এৱেঁই প্ৰথম।
➡️১৯৭৯ অসম আন্দোলনৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ মৃত্যু।
➡️২০০০ পাস্কিতানৰ অপসাৰিত প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফক দেশৰ পৰা নিৰ্বাসন।
➡️২০০১ হিন্দী চলচ্চিত্ৰ জগতৰ প্ৰবাদ পুৰুষ, দাদা চাহেব ফাল্কে বঁটা বিজয়ী শিল্পী অশোক কুমাৰৰ মৃত্যু।
➡️২০০৪ ৪৩৬টা উইকেট দখল কৰি অনিল কুম্বলে ভাৰতৰ টেষ্ট ক্ৰিকেটত সৰ্বাধিক উইকেট অৰ্জনকাৰী খেলুৱৈ হিচাপে পৰিগণিত।
➡️২০০৬ ভাৰতীয় মূলৰ মহাকাশচাৰী সুনীতা উইলিয়াম্ছৰ আন ছজন মহাকাশচাৰীসহ মহাকাশলৈ যাত্ৰা।

You might also like
Leave A Reply

Your email address will not be published.