আজি ১১ ছেপ্টেম্বৰ

➡️১৮৯৩ চনৰ আজিৰ দিনটোতে স্বামী বিবেকানন্দই চিকাগোৰ ধৰ্ম মহাসন্মিলনত ভাষণ প্ৰদান কৰিছিল।
➡️১৯৩৩ চনৰ ১১ ছেপ্টেম্বৰত ইংৰাজ সমাজসেৱিকা, সংস্কাৰক এনি বেছান্তৰ মৃত্যু হৈছিল।
➡️১৯৪৮ চনৰ আজিৰ দিনটোতে মহম্মদ আলী জিন্নাৰ মৃত্যু হৈছিল।
➡️২০০১ চনৰ ১১ ছেপ্টেম্বৰত সন্ত্ৰাসবাদীৰ ভয়াৱহ আক্ৰমণত নিউয়ৰ্কৰ ১১০ মহলীয়া ৱৰ্ল্ড ট্ৰেড চেণ্টাৰৰ দুটা যুগ্ম টাৱাৰ সম্পূৰ্ণৰূপে ধ্বংস হৈছিল।
➡️২০০৭ চনৰ আজিৰ দিনটোতে পৃথিৱীত প্ৰতিদিনে ৩,০০০ লোকে আত্মহত্যা কৰে বুলি বিশ্ব স্বাস্থ্য সংস্থাই ঘোষণা কৰিছিল ।
➡️ফিলিপাইনছৰ ৰাষ্ট্ৰপতি ফাৰ্ডিনাণ্ড মাৰ্কোছৰ জন্ম হৈছিল ১৯১৭ চনৰ ১১ ছেপ্টেম্বৰত।
➡️১৮৮৫ চনৰ আজিৰ দিনটোতে ইংৰাজ ঔপন্যাসিক, কবি, গল্পকাৰ ডি এইচ লৰেন্সৰ ইংলেণ্ডত জন্ম হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.