আজি ১২ এপ্ৰিল

➡️১৬২১ চনত নৱম শিখ গুৰু টেগ বাহাদুৰৰ জন্ম।
➡️১৯০৯ চনত অসমৰ প্ৰাক্তন মুখ্য মন্ত্ৰী মহেন্দ্ৰ মোহন চৌধুৰীৰ জন্ম হয়।
➡️১৯১৯ চনত ৰাওলাট আইনৰ প্ৰতিবাদত লাহোৰ, মোম্বাই (বুম্বাই), কলকাতা আৰু অমৃতসৰত বিক্ষোভ, বিভিন্ন ঠাইত পুলিচ-জনতাৰ সংঘৰ্য হয়।
➡️১৯৩৬ চনত লক্ষ্মৌত ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৪৯তম বাৰ্ষিক অধিৱেশন আৰম্ভ হয়। এই অধিৱেশনত সভাপতিত্ব কৰে জৱাহৰলাল নেহৰুৱে।
➡️১৯৪৫ চনত মাৰ্কিন ৰাষ্ট্ৰপতি ফ্ৰেংকলিন ৰুজভেল্টৰ মৃত্যু হয়।
➡️১৯৬১ চনত ভস্কত’ নামৰ মহাকাশযানেৰে ইউৰি গাগাৰিনৰ মহাকাশ যাত্ৰা আৰম্ভ হয়। গাগাৰিনে আছিল মহাকাশলৈ যোৱা প্ৰথমজন ব্যক্তি।
➡️২০০৫ চনত ইণ্ডোনেছিয়াত যাত্ৰিবাহী বিমান ভূপতিত, শতাধিক যাত্ৰীৰ মৃত্যু হয়।
➡️আজিৰ দিনটোতে অনুপমা ভট্টাচাৰ্যলৈ জীৱনজোৰা সাধনীৰ বঁটা প্ৰদান কৰা হয়।
➡️২০০৬ চনত কানাডা চলচ্চিত্ৰ অভিনেতা ৰাজ কুমাৰৰ মৃত্যু হয়।
➡️২০০৭ চনত ভাৰতৰ আটাইতকৈ শক্তিশালী ক্ষেপণাস্ত্ৰ অগ্নি-৩ৰ সফল পৰীক্ষণ কৰা হয়।

You might also like
Leave A Reply

Your email address will not be published.