আজি বিবেকানন্দ জয়ন্তী।
এই দিনটো ৰাষ্ট্ৰীয় যুৱ দিৱস হিচাপে পালন কৰা হয়।
১৭২৯ চনৰ ১২ জানুৱাৰী তাৰিখে বিশিষ্ট ব্ৰিটিছ ৰাজনীতিবিদ এডমাণ্ড বাৰ্কৰ জন্ম হৈছিল।
১৮৩৪ চনৰ আজিৰ দিনটোতে গুণাভিৰাম বৰুৱাৰ জন্ম হৈছিল।
১৮৬৩ চনৰ এই দিনটোতে স্বামী বিবেকানন্দৰ জন্ম হৈছিল।
১৯৩০ চনৰ ১২ জানুৱাৰী তাৰিখে ছোভিয়েট ৰাছিয়াৰ ছুজিম ছোভিয়েটৰ প্ৰথম অধিৱেশন আৰম্ভ হৈছিল।
১৯৭২ চনৰ আজিৰ দিনটোতে শ্বেখ মুজিবুৰ ৰহমান বাংলাদেশৰ প্ৰথম প্ৰধান মন্ত্ৰী হৈছিল। ১৯৭৫ চনলৈকে তেওঁ এই পদবীত কাৰ্যনিৰ্বাহ কৰে।
১৯৭৬ চনৰ ১২ জানুৱাৰী তাৰিখে বিশ্ব সাহিত্যৰ ৰহস্য কাহিনীৰ ‘মুকুটবিহীন সম্ৰাজ্ঞী’ ৰূপে অভিহিত আগাথা ক্ৰিষ্টিৰ মৃত্যু হৈছিল।
২০০২ চনৰ এই দিনটোতে পাকিস্তানত সন্ত্ৰাসবাদী সংগঠন জইজ-ই-মহম্মদ আৰু লস্কৰ-ই-তৈবাক নিষিদ্ধ ঘোষণা কৰা হৈছিল।
২০০৫ চনৰ আজিৰ দিনটোতে বলীউডৰ অভিনেতা অমৰীশ পুৰীৰ মৃত্যু হৈছিল।
২০০৬ চনৰ ১২ জানুৱাৰী তাৰিখে ছৌদি আৰবৰ মীনাত পদপিষ্ট হৈ ৩৪৫ জন হজযাত্ৰী নিহত হৈছিল আৰু এহাজাৰৰো অধিক আহত হৈছিলে।।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
আজি ১২ জানুৱাৰী
NE Bharat 24 is the most authentic and boldest news T.V.news platform.
Prev Post
Next Post
You might also like