➡️১৮০৪ জাৰ্মান দাৰ্শনিক ইমানুৱেল কান্টৰ মৃত্যু।
➡️১৮০৯ ইংৰাজ পদাৰ্থবিদ, পৰীক্ষামূলক জীৱবিদ্য়াৰ অগ্ৰদূত চাৰ্লছ ৰবাৰ্ট ডাৰউইনৰ জন্ম।
➡️আমেৰিকাৰ ষষ্টদশ ৰাষ্ট্ৰপতি আব্ৰাহাম লিংকনৰ জন্ম।
➡️১৮২৪ আৰ্য সমাজৰ প্ৰতিষ্ঠাতা দয়ানন্দ সৰস্বতীৰ জন্ম।
➡️১৯২২ চৌৰিচৌৰাৰ ঘটনাৰ প্ৰতিবাদত মহাত্মা গান্ধীৰ অসহযোগ আনন্দোল প্ৰত্য়াহাৰ।
➡️১৯৪৯ ভাৰতীয় ক্ৰীকেটাৰ গুণ্ডাপ্পা বিশ্বনাথৰ জন্ম।
➡️১৯৫০ হাইড্ৰোজেন বোমাৰ ভয়াৱহতাৰ বিষয়ে সকিয়নী এলবাৰ্ট আইনষ্টাইনৰ।
➡️১৯৯৯ চৈয়দ আব্দুল মালিকলৈ শ্ৰীমন্ত শংকৰদেৱ বঁটা ঘোষণা। (১৯৯৫ চনৰ বাবে)
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
আজি ১২ ফেব্ৰুৱাৰী
NE Bharat 24 is the most authentic and boldest news T.V.news platform.
Prev Post
Next Post
You might also like