▶️১৭৮০ চনৰ এই দিনটোতেই ‘পঞ্জাৱ কেশৰী’ মহাৰাজা ৰঞ্জিত সিংহৰ জন্ম হৈছিল।
▶️১৮৩১ চনৰ আজিৰ দিনটোতেই স্কটলেণ্ডৰ পদাৰ্থ বিজ্ঞানী জেমছ ক্লাৰ্ক মেক্সৱেলৰ জন্ম হৈছিল।
▶️১৯২৩ চনৰ এই দিনটোতেই সাহিত্যিক, অসমীয়া ভাষাৰ গৱেষক উপেন্দ্ৰ নাথ গোস্বামীৰ জন্ম হৈছিল।
▶️১৯৩১ চনৰ এই দিনটোতেই ৰবীন্দ্ৰনাথ ঠাকুৰলৈ সাহিত্যৰ নোবেল বঁটা আগবঢ়োৱা হৈছিল। নোবেল বঁটা লাভ কৰা ৰবীন্দ্ৰনাথ ঠাকুৰেই প্ৰথম ভাৰতীয়।
▶️১৯৪৭ চনৰ এই দিনটোতেই সাহিত্যিক নগেন্দ্ৰ নাৰায়ণ চৌধুৰীৰ মৃত্যু হৈছিল।
▶️১৯৯৮ চনৰ আজিৰ দিনটোতেই সাহিত্যিক যজ্ঞেশ্বৰ শৰ্মাৰ মৃত্যু হৈছিল।
▶️২০০০ চনৰ এই দিনটোতেই সাহিত্যিক, অসমীয়া ভাষাৰ গৱেষক উপেন্দ্ৰ নাথ গোস্বামীৰ মৃত্যু হৈছিল।।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
আজি ১৩ নৱেম্বৰ
Prev Post
Next Post
You might also like