১১৫৪ চনৰ এই দিনটোতেই ব্ৰেকস্পিয়েৰ ৰোমৰ পোপ ৰূপে নিৰ্বাচিত হৈছিল। পোপ নিৰ্বাচিত তেঁৱেই একমাত্ৰ ইংৰাজ।
১৫৪৬ চনৰ এই দিনটোতেই ছুইডেনৰ জ্যোতিৰ্বিজ্ঞানী টাইক্লো ব্ৰাহেৰ জন্ম হৈছিল।
১৭৯৯ চনৰ আজিৰ দিনটোতেই আমেৰিকাৰ প্ৰথম ৰাষ্ট্ৰপতি জৰ্জ ৱাচিংটনৰ মৃত্যু হৈছিল।
১৮১২ চনৰ আজিৰ দিনটোতেই ভাৰতৰ প্ৰথম ভাইচৰয় তথা গৱৰ্নৰ জেনেৰেল লৰ্ড কেনিঙৰ জন্ম হৈছিল।
১৯১১ চনৰ এই দিনটোতেই নৰৱেৰ অভিনেত্ৰী ৰোৱাল্ড এমুণ্ডছনৰ প্ৰথমবাৰৰ বাবে এন্টাৰ্কটিকা তথা দক্ষিণ মেৰুত পদাৰ্পণ।
১৯২৪ চনৰ এই দিনটোতেই হিন্দী চলচ্চিত্ৰ জগতৰ প্ৰখ্যাত অভিনেতা,প্ৰযোজক আৰু পৰিচালক ৰাজ কাপুৰৰ জন্ম হৈছিল।
১৯৩৬ চনৰ আজিৰ দিনটোতেই অগ্নিকবি কমলাকান্ত ভট্টাচাৰ্য্যৰ মৃত্যু হৈছিল।
১৯৯৭ চনৰ আজিৰ দিনটোতেই ডঃ নগেন শইকীয়া অসম সাহিত্য সভাৰ সভাপতি ৰূপে নিৰ্বাচিত হৈছিল।
১৯৮৪ চনৰ এই দিনটোতেই স্পেনিছ কবি ভিনচেন্ট আলেকজেণ্ডাৰৰ মৃত্যু হৈছিল।১৯৭৭ চনত তেওঁ সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল।
১৯৯১ চনৰ আজিৰ দিনটোতেই যশস্বী চলচ্চিত্ৰ পৰিচালক সত্যজিৎ ৰায়লৈ বিশেষ অস্কাৰ বঁটা।
১৫০৩ চনৰ এই দিনটোতেই ফৰাচী চিকিৎসক তথা প্ৰসিদ্ধ জ্যোতিৰ্বিদ নষ্টাড্ৰামাছৰ জন্ম হৈছিল।।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
আজি ১৪ ডিচেম্বৰ
Next Post
You might also like