আজি ১৪ ডিচেম্বৰ

▶️১১৫৪ চনৰ এই দিনটোতেই ব্ৰেকস্পিয়েৰ ৰোমৰ পোপ ৰূপে নিৰ্বাচিত হৈছিল। পোপ নিৰ্বাচিত তেঁৱেই একমাত্ৰ ইংৰাজ।
▶️১৫৪৬ চনৰ এই দিনটোতেই ছুইডেনৰ জ্যোতিৰ্বিজ্ঞানী টাইক্লো ব্ৰাহেৰ জন্ম হৈছিল।
▶️১৭৯৯ চনৰ আজিৰ দিনটোতেই আমেৰিকাৰ প্ৰথম ৰাষ্ট্ৰপতি জৰ্জ ৱাচিংটনৰ মৃত্যু হৈছিল।
▶️১৮১২ চনৰ আজিৰ দিনটোতেই ভাৰতৰ প্ৰথম ভাইচৰয় তথা গৱৰ্নৰ জেনেৰেল লৰ্ড কেনিঙৰ জন্ম হৈছিল।
▶️১৯১১ চনৰ এই দিনটোতেই নৰৱেৰ অভিনেত্ৰী ৰোৱাল্ড এমুণ্ডছনৰ প্ৰথমবাৰৰ বাবে এন্টাৰ্কটিকা তথা দক্ষিণ মেৰুত পদাৰ্পণ।
▶️১৯২৪ চনৰ এই দিনটোতেই হিন্দী চলচ্চিত্ৰ জগতৰ প্ৰখ্যাত অভিনেতা,প্ৰযোজক আৰু পৰিচালক ৰাজ কাপুৰৰ জন্ম হৈছিল।
▶️১৯৩৬ চনৰ আজিৰ দিনটোতেই অগ্নিকবি কমলাকান্ত ভট্টাচাৰ্য্যৰ মৃত্যু হৈছিল।
▶️১৯৯৭ চনৰ আজিৰ দিনটোতেই ডঃ নগেন শইকীয়া অসম সাহিত্য সভাৰ সভাপতি ৰূপে নিৰ্বাচিত হৈছিল।
▶️১৯৮৪ চনৰ এই দিনটোতেই স্পেনিছ কবি ভিনচেন্ট আলেকজেণ্ডাৰৰ মৃত্যু হৈছিল।১৯৭৭ চনত তেওঁ সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল।
▶️১৯৯১ চনৰ আজিৰ দিনটোতেই যশস্বী চলচ্চিত্ৰ পৰিচালক সত্যজিৎ ৰায়লৈ বিশেষ অস্কাৰ বঁটা।
▶️১৫০৩ চনৰ এই দিনটোতেই ফৰাচী চিকিৎসক তথা প্ৰসিদ্ধ জ্যোতিৰ্বিদ নষ্টাড্ৰামাছৰ জন্ম হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.