আজি ১৯ নৱেম্বৰ

▶️আজি কৌমি একতা দিৱস।
▶️আজি নাগৰিক দিৱস।
▶️১৮৩৮ চনৰ আজিৰ দিনটোতেই সমাজ সংস্কাৰক কেশৱ চন্দ্ৰ সেনৰ জন্ম হৈছিল।
▶️১৮৮৭ চনৰ আজিৰ দিনটোতেই মাৰ্কিন বিজ্ঞানী,১৯৪৪ চনত ৰসায়ন বিজ্ঞানত নোবেল বঁটা বিজয়ী জেমছ বাটছেলাৰ ছুমনাৰ জন্ম হৈছিল।
▶️১৯১৭ চনৰ এই দিনটোতেই ভাৰতৰ প্ৰথম মহিলা প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ জন্ম হৈছিল।
▶️১৯১৯ চনৰ এই দিনটোতেই ইটালীত বেনিটো মুছোলিনিক গ্ৰেপ্তাৰ।
▶️১৯৬৯ চনৰ এই দিনটোতেই চন্দ্ৰত দ্বিতীয়বাৰৰ বাবে মানুহৰ পদাৰ্পণ।
▶️১৯৭৫ চনৰ আজিৰ দিনটোতেই মিছ ইউনিভাৰ্ছৰ খিতাপ লাভ কৰা ভাৰতীয় সুন্দৰী সুস্মিতা সেনৰ জন্ম হৈছিল।
▶️১৯৮২ চনৰ আজিৰ দিনটোতেই অসম তথা উত্তৰ পূৰ্বাঞ্চলত টেলিভিছনৰ সম্প্ৰচাৰ আৰম্ভ হৈছিল গুৱাহাটীত।
▶️১৯৮২ চনৰ এই দিনটোতেই দিল্লীত নৱম এছিয়ান গেমছ আৰম্ভ।
▶️১৯৯৪ চনৰ আজিৰ দিনটোতেই ভাৰতীয় সুন্দৰী ঐশ্বৰ্য্য ৰায়ৰ মিছ ৱৰ্ল্ড খিতাপ লাভ।
▶️১৯৯৪ চনৰ আজিৰ দিনটোতেই কাৰ্নম মালেশ্বৰীৰ ভাৰোত্তোলনত বিশ্ব চেম্পিয়ন খিতাপ অৰ্জন।
▶️২০০০ চনৰ এই দিনটোতেই হোমেন বৰগোহাঞি অসম সাহিত্য সভাৰ সভাপতি ৰূপে মনোনীত হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.