আজি ২০ নৱেম্বৰ

▶️১৭৫০ চনৰ এই দিনটোতেই মহীশূৰৰ চুলতান টিপু চুলতানৰ জন্ম হৈছিল।
▶️১৯২৩ চনৰ আজিৰ দিনটোতেই দক্ষিণ আফ্ৰিকাৰ লেখিকা নাদিন গাৰ্ডিমাৰৰ জন্ম হৈছিল।
▶️১৯৯৭ চনৰ এই দিনটোতেই ভাৰতীয় মহাকাশচাৰী কল্পনা চাওলাৰ মহাকাশলৈ যাত্ৰা।মহাকাশলৈ যোৱা তেঁৱেই প্ৰথম ভাৰতীয় মহিলা।
▶️১৯৮০ চনৰ আজিৰ দিনটোতেই ৰোনাল্ড ৰিগান আমেৰিকাৰ ৰাষ্ট্ৰপতি পদত নিৰ্বাচিত হৈছিল।
▶️১৯১০ চনৰ এই দিনটোতেই ৰুচ কথা সাহিত্যিক লিঅ’ টলষ্টয়ৰ মৃত্যু হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.