আজি ২০ নৱেম্বৰ

⏩১৭৫০ মহীশূৰৰ চুলতান টিপু চুলতানৰ জন্ম। ১৯২৩ দক্ষিণ আফ্ৰিকাৰ লেখিকা নাদিন গার্ডিমাৰৰ জন্ম।
⏩১৯৯৭ ভাৰতীয় মহাকাশচাৰী কল্পনা চাওলাৰ মহাকাশলৈ যাত্রা। মহাকাশলৈ যোৱা তেৱেঁই প্রথম ভাৰতীয় মহিলা।
⏩১৯৮০ ৰোনাল্ড ৰিগান আমেৰিকাৰ ৰাষ্ট্ৰপতি নির্বাচিত। ১৯১০ ৰুছ কথা-সাহিত্যিক লিঅ’টলষ্টয়ৰ মৃত্যু।

You might also like
Leave A Reply

Your email address will not be published.