আজি ২০ ফেব্ৰুৱাৰী

▶️আজি অৰুণাচল আৰু মিজোৰামৰ ৰাজ্য দিৱস।
▶️১৯৩২ চনৰ আজিৰ দিনটোতেই সাহিত্যিক আৰু চলচ্চিত্ৰ পৰিচালক ভৱেন্দ্ৰনাথ শইকীয়াৰ জন্ম হৈছিল।
▶️১৯৪৭ চনৰ এই দিনটোতেই ১৯৪৮ চনৰ জুনৰ ভিতৰত ইংৰাজে ভাৰত ত্যাগ কৰিব বুলি তদানীন্তন বৃটিছ প্ৰধানমন্ত্ৰী ক্লিমেন্ট এটলিৰ ঘোষণা।ক্ষমতা হস্তান্তৰৰ বাবে লৰ্ড মাউণ্টবেটেনক ভাইচৰয় ৰূপে নিযুক্তি।
▶️১৯৮৭ চনৰ এই দিনটোতেই অৰুণাচল প্ৰদেশৰ পূৰ্ণ ৰাজ্যৰ স্বীকৃতি লাভ।
▶️১৯৮৭ চনৰ এই দিনটোতেই মিজোৰামক ভাৰতৰ ২৩ সংখ্যক অংগৰাজ্য ৰূপে স্বীকৃতি প্ৰদান।
▶️২০০১ চনৰ আজিৰ দিনটোতেই প্ৰাক্তন গৃহমন্ত্ৰী,জ্যেষ্ঠ কমিউনিষ্ট নেতা ইন্দ্ৰজিৎ গুপ্তৰ মৃত্যু হৈছিল।
▶️২০০৪ চনৰ এই দিনটোতেই বড়ো সাহিত্য সভাৰ ৪৩ সংখ্যক অধিৱেশন আৰম্ভ হৈছিল।
▶️২০০৭ চনৰ আজিৰ দিনটোতেই হিন্দুস্তান লিভাৰ লিমিটেড কোম্পানীৰ নাম হিন্দুস্তান ইউনিলিভাৰ লিমিটেড ৰূপে সলনি কৰা হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.