আজি ২১ নৱেম্বৰ

➡️১৯৯৪ চনৰ আজিৰ দিনটোতেই জন্ম হৈছিল ফৰাচী সাহিত্যিক, দাৰ্শনিক ভল্টেয়াৰৰ।
➡️১৭৮৫ মাৰ্কিন শল্যবিদ তথা মানৱ দেহৰ পাচন ক্ৰিয়াৰ আৱিষ্কাৰক উইলিয়াম বোমান্তৰ জন্ম।
➡️১৮৯৭ বিশিষ্ট সাহিত্যিক নিৰোদ চৌধুৰীৰ জন্ম।
➡️১৯২১ প্ৰিন্স অৱ ৱেল্ছৰ ভাৰতৰ মুম্বাইত অৱতৰণ।
➡️১৯৪৬ মীৰাটত আচাৰ্য জে বি কৃপালিনীৰ সভাপতিত্বত কংগ্ৰেছৰ চাৰিদিনীয়াকৈ ৫৪ সংখ্যক বাৰ্ষিক অধিৱেশন আৰম্ভ।
➡️১৯৪৭ স্বাধীন ভাৰতত প্ৰথম ডাক টিকটৰ প্ৰচলন।
➡️১৯৬২ ভাৰত আক্ৰমণ কৰা চীনা সৈনৰ নিজ দেশলৈ ওভতনি যাত্ৰা।
➡️১৯৬৩ ভাৰতৰ মহাকাশ কাৰ্যসূচীৰ সূচনা। থুমা বিষুৱীয় ৰকেট উৎক্ষেপন কেন্দ্ৰৰ পৰা প্ৰথম ৰকেট উৎক্ষেপন।
➡️১৯৮৬ ভাৰতৰ ‘ইন্দিৰা বিকাশ পত্ৰ’ৰ প্ৰচলন
➡️২০০৪ দিশপুৰত অসমৰ স্থায়ী ৰাজধানী উদ্বোধন।

You might also like
Leave A Reply

Your email address will not be published.