আজি ২২ নৱেম্বৰ

➡️১৭৭৪ চনৰ আজিৰ দিনটোতেই বৃটিছ অধিকৃত ভাৰতৰ প্ৰশাসক ৰবাৰ্ট ক্লাইভৰ মৃত্যু হৈছিল।
➡️১৮৬৯ নোবেল বিজয়ী ফৰাচী ঔপন্যাসিক আন্দ্ৰে পল গুইল্লোম জিদৰ জন্ম।
➡️১৮৯২ মীৰা বেনৰ (মেডেলিন শ্লাভ) ইংলেণ্ডত জন্ম। ১৯২৫ চনৰ ১৮ জানুৱাৰীত তেওঁ ভাৰতলৈ আহে আৰু ভাৰতৰ স্বাধীনতা আন্দোলনত সক্ৰিয়ৰূপে জড়িত হৈ পৰে।
➡️১৯৪৪ চনত লেবাননে স্বাধীনতা লাভ কৰে।
➡️১৯৬৩ চনত আমেৰিকাৰ ৰাষ্ট্ৰপতি জন কেনেডীৰ মৃত্যু।
➡️১৯৮৭ চনত লোক সংগীতজ্ঞ হেমাংগ বিশ্বাসৰ দেহাৱসান।
➡️১৯৯১ চনত ইজিপ্ত বৌট্ৰছ বৌট্ৰছ ঘালী ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান পদত অধিষ্ঠিত।
➡️২০০১ নৰ্দাৰ্ন এলায়েঞ্চৰ হাতত তালিবানৰ আত্মসমৰ্পনৰ সিদ্ধান্ত।

You might also like
Leave A Reply

Your email address will not be published.