আজি ২৩ নৱেম্বৰ

▶️১৯১১ চনৰ এই দিনটোতেই শিক্ষাবিদ, সাহিত্যিক তীৰ্থনাথ শৰ্মাৰ জন্ম হৈছিল।
▶️১৯২৬ চনৰ আজিৰ দিনটোতেই ধৰ্মগুৰু সত্যসাই বাবাৰ জন্ম হৈছিল।
▶️১৯৩৭ চনৰ এই দিনটোতেই ভাৰতীয় বিজ্ঞানী জগদীশ চন্দ্ৰ বসুৰ মৃত্যু হৈছিল।
▶️১৯৮২ চনৰ আজিৰ দিনটোতেই সাহিত্যিক সীতানাথ ব্ৰহ্মচৌধুৰীৰ মৃত্যু হৈছিল।
▶️১৯৯০ চনৰ এই দিনটোতেই দিল্লীত কমনৱেলথ শীৰ্ষ সন্মিলন আৰম্ভ হৈছিল। কমনৱেলথৰ এয়াই ভাৰতত প্ৰথম সন্মিলন।
▶️১৯৯১ চনৰ আজিৰ দিনটোতেই গীত শেঠীৰ বিশ্ব অপেছাদাৰী বিলিয়াৰ্ড প্ৰতিযোগিতাত চেম্পিয়নৰ খিতাপ অৰ্জন।
▶️১৯৯১ চনৰ আজিৰ দিনটোতেই দক্ষিণ পূব এছিয়াৰ দেশ কাম্পুচিয়াৰ নাম সলনি কৰি কম্বোডিয়া ৰূপে নামাকৰণ।
▶️১৯৯৭ চনৰ আজিৰ দিনটোতেই মিছ ইণ্ডিয়া ডায়েনা হেডেনৰ মিছ ৱৰ্ল্ড খিতাপ লাভ।
▶️১৯৯৭ চনৰ এই দিনটোতেই সদৌ অসম ঠেঙাল কছাৰী ছাত্ৰ সন্থা গঠন। সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি আছিল অজিত বৰুৱা আৰু সম্পাদক আছিল মহেন্দ্ৰ শইকীয়া।
▶️১৯৯৯ চনৰ এই দিনটোতেই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ মিলেনিয়াম ৰাষ্ট্ৰীয় বঁটা ঘোষণা।
▶️২০০৩ চনৰ আজিৰ দিনটোতেই প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা ডি এম কে দলৰ নেতা মুৰাছ’লি মৰাণৰ মৃত্যু হৈছিল।
▶️২০২০ চনৰ আজিৰ দিনটোতেই প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ দেহাৱসান ঘটিছিল।।

 

You might also like
Leave A Reply

Your email address will not be published.