আজি ২৭ জানুৱাৰী

⏩১৭৫৬ বিস্ময়কৰ প্ৰতিভাধৰ সংগীতশিল্পী উল্‌ল্ফগেং আমাডিউছ মোজাৰ্টৰ জন্ম।
⏩১৮৩২ ইংৰাজ শিশু সাহিত্যিক লুই কেৰলৰ (প্রকৃত নাম চার্লছ লুটউইজ ডজছন) জন্ম।
⏩১৮৯৪ সাহিত্যিক সূর্য কুমাৰ ভূঞাৰ জন্ম।
⏩১৯৫৫ সাহিত্যিক জ্ঞানদাভিৰাম বৰুৱাৰ মৃত্যু।
⏩১৯৭৪ ৰাষ্ট্ৰপতি বৰাহগিৰি ভেংকটগিৰিৰ দিল্লীৰ নেহৰু মিউজিয়ামক জাতিৰ উদ্দেশ্যে উৎসর্গা।
⏩১৯৮৩ বকুলবনৰ কবি আনন্দ চন্দ্ৰ বৰুৱাৰ মৃত্যু।

You might also like
Leave A Reply

Your email address will not be published.