আজি ২৮ জানুৱাৰী

➡️১৮৬৫ চনৰ আজিৰ দিনটোতেই ভাৰতৰ প্ৰসিদ্ধ জাতীয়তাবাদী নেতা লালা লাজপত ৰায়ৰ মৃত্যু।
➡️ ১৮৯৪ চনৰ আজিৰ দিনটোতেই দৰং জিলাৰ পথৰুঘাটত ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ প্ৰথম কৃষক বিদ্ৰোহ।
➡️১৮৯৮ চনত ভগ্নী নিবেদিতাৰ ভাৰতলৈ আগমন আৰু স্বামী বিবেকানন্দৰ শিষ্যত্ব গ্ৰহণ।
➡️১৯০০ চনৰ আজিৰ দিনটোতেই ভাৰতীয় সেনাৰ প্ৰথম কমাণ্ডাৰ-ইন-চীফ জেনেৰেল কে এম কেৰিয়াপ্পাৰ জন্ম।
➡️১৯৪৬ চনৰ আজিৰ দিনটোতেই ষ্টিলৱেল পথ মুকলি।
➡️১৯৫০ চনৰ আজিৰ দিনটোতেই নতুন দিল্লীত ভাৰতৰ উচ্চতম ন্যায়ালয় মুকলি। ন্যায়াধীশ হৰিলাল জে কানিয়া ইয়াৰ প্ৰথম মুখ্য ন্যায়াধীশ।
➡️১৯৮৬ চনৰ আজিৰ দিনটোতেই মাৰ্কিন মহাকাশযান ‘চেলেঞ্জাৰ’ উৎক্ষেপনৰ মাত্ৰ ৭৩ ছেকেণ্ডৰ পাছতে ভূপতিত। সাতগৰাকী মহাকাশচাৰী নিহত।
➡️১৯৯৬ চনৰ আজিৰ দিনটোতেই কবি, ৰাজনীতিবিদ দেৱকান্ত বৰুৱাৰ মৃত্যু।
➡️২০০২ চনৰ আজিৰ দিনটোতেই ১১,০০০ ৰানেৰে এদিনীয়া মেচত শচীন তেণ্ডুলকাৰৰ বিশ্ব অভিলেখ।
➡️২০০৩ চনৰ আজিৰ দিনটোতেই মহান ক্ৰিকেটাৰ কপিল দেৱলৈ ‘ছিয়েট’ৰ শতাব্দীৰ শ্ৰেষ্ঠ ক্ৰিকেটাৰৰ সন্মান।

You might also like
Leave A Reply

Your email address will not be published.