➡️কবিতাৰ দিন।
➡️১৫৩০ বাবৰৰ পুত্ৰ হুমায়ুনৰ মোগল ৰাজপাটত আৰোহণ।
➡️১৮৩৪ ইংৰাজ অৰ্থনীতিবিদ টমাচ ৰবাৰ্ট মালথাছৰ মৃত্য়ু।
➡️১৮৪৫ ভাৰতৰ জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি উমেশ চন্দ্ৰ বেনাৰ্জীৰ জন্ম।
➡️১৮৯৪ প্ৰসিদ্ধ ইংৰাজ মহিলা কবি ক্ৰিষ্টিনা ৰছেটিৰ মৃত্য়ু।
➡️১৯২৪ ছুইজাৰলেণ্ডৰ সাহিত্য়িক কাৰ্ল স্পিটলাৰৰ মৃত্য়ু। ১৯১৯ চনত তেওঁ সাহিত্য়ৰ নোবেল বঁটা লাভ কৰিছিল।
➡️১৯২৬ কবি, সাহিত্য়িক নৱকান্ত বৰুৱাৰ জন্ম।
➡️১৯৭২ কলকাতাত ভাৰতৰ প্ৰথম মাটিৰ তলেদি যোৱা ৰে’লপথৰ (মেট্ৰো ৰে’ল) নিৰ্মাণ আৰম্ভ।
➡️২০০০ বিশিষ্ট সাহিত্য়িক চন্দ্ৰপ্ৰসাদ শইকীয়ালৈ প্ৰকাশন পৰিষদৰ বঁটা ঘোষণা।
➡️২০০০ ভূপেন হাজৰিকালৈ লতা মংগেশকাৰ বঁটা ঘোষণা।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
আজি ২৯ ডিচেম্বৰ
NE Bharat 24 is the most authentic and boldest news T.V.news platform.
Prev Post
You might also like