আজি ৫ জানুৱাৰী

⏩১৫৯২ মোগল সম্ৰাট শ্বাহজাহানৰ জন্ম।
⏩১৮৪৬ জাৰ্মান সাহিত্য়িক, দাৰ্শনিক ৰুডলফ ক্ৰিষ্টফ ইউকেনৰ জন্ম। ১৯০৮ চনত তেওঁ লাভ কৰে সাহিত্য়ৰ নোবেল বঁটা।
⏩১৮৯৫ ৰাধানাথ চাংকাকতিৰ সম্পাদনাত অসমৰ প্ৰথম ইংৰাজী ভাষাৰ সাদিনীয়া সংবাদ- পত্ৰ ‘টাইম্ছ অব্ আছাম’ৰ প্ৰকাশ।
⏩১৯২৮ পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতি জুলফিকৰ আলী ভূট্টোৰ জন্ম।
⏩১৯৫৭ ভাৰতত কেন্দ্ৰীয় বিক্ৰীকৰ আইন প্ৰৱৰ্তন।
⏩১৯৬৭ ভাৰতত প্ৰথম আয়ুৰ্বেদিক বিশ্ববিদ্য়ালয় উদ্বোধন।
⏩১৯৭১ বি কে নেহৰুৰ অসমৰ ৰাজ্য়পাল ৰূপে কাৰ্যভাৰ গ্ৰহণ। ১৯৭৩ চনৰ ১৮ ছেপ্টেম্বৰলৈকে তেওঁ এই পদত কাৰ্যনিৰ্বাহ কৰে।
⏩১৯৯৯ বিশিষ্ট গল্পকাৰ গোবিন্দ চন্দ্ৰ পৈৰাৰ মৃত্য়ু।
⏩২০০২ ছাৰ্ক শীৰ্ষ সন্মিলিত বাজপেয়ী- মুছাৰফৰ সাক্ষাৎ।
⏩২০০৩ দেশজুৰি শিশুক পাল্ছ পলিঅ’ৰ প্ৰতিষেদক প্ৰদান।
⏩১৮৯০ ভাৰতৰ প্ৰথম বেৰিষ্টাৰ গণেন্দ্ৰমোহন ঠাকুৰৰ মৃত্য়ু।
⏩২০০৬ অসম লেখিকা সমাৰোহ সমিতিৰ ৰঙিয়া অধিৱেশন আৰম্ভ।

You might also like
Leave A Reply

Your email address will not be published.